Share on Facebook
عرض المشاركات من أكتوبر, 2020

অসমৰ খিলঞ্জীয়া ভূমিপুএ মিচিং জনজাতিৰ জীয়াই থকাৰ অধিকাৰক লৈ হেতালি

প্লাষ্টিক ৰ্পাক-পুঁজিপতিক বাগিছাৰ বাবে হেজাৰ হেজাৰ বিঘা ভূমি-কিন্তুু লাইকা দধিয়াবাসী ৰাইজক দিবলৈ মাটি নাই চৰকাৰৰ।বনঘৰচীয়া ঘোঁৰাৰ বাবে বিশ্ববিখ্যাত ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান প্ৰধান সমস্যাৰূপে চিহ্নিত-লাইকা দধিয়াৰ পুঃনৰ সংস্থাপনৰ প্ৰক্ৰিয়াক কোনো চ…

LI:LEN মিচিং ভাষাৰ চিনেমা প্ৰথম বাৰৰ বাবে INTERNATIONAL FILM AWARD লৈ OFFICIAL SELECTION ।

ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বোলছবি পৰিচালক নাৰায়ন শীল দেবে পৰিচালনা কৰা মিচিং ভাষাৰ Li: Len (A Ray of Hope) নামৰ ছবি খনে Cinemaking International Award. Bangladesh Dhaka Festivel ৰ বাবে মনোনিত হোৱাত গৌৰব বোধ কৰিছো ৷ আশা কৰিছো বোলছবি খনে অসমলৈ গৌৰৱ কঢ়ি…

গহপুৰত জানমনি কুটুমৰ হত্যাকাৰীৰ শাস্তিৰ দাবী শৃংখল চলিহাৰ প্ৰতিবাদী সজাগতা সভা

যোৱা ২৮ ফেব্ৰুৱাৰীত গহপুৰৰ ১নং চকলাত ৯ টাকৈ নৰপিশাচে এগৰাকী ১১ বছৰীয়া নাবালিকাক দলবদ্ধ ভাবে ধৰ্ষণ কৰাৰ লগতে হত্যা কৰি গছত ওলমাই থোৱা ঘটনাই জোকাৰি গৈছিল সমগ্ৰ গহপুৰ মহকুমা। দলবদ্ধ ভাবে ধৰ্ষণ আৰু হত্যা কৰি গছত ওলমাই থোৱা ৯ টাকৈ নৰপিষাচে আইনৰ সুৰুঙা লৈ …

বোকাখাতৰ ৰঙাগৰাত বিশাল গণজাগৰন সভা/আৰম্ভ হ'ল বোকাখাতত বিকল্প ৰাজনীতৰ সন্ধান

বোকাখাতৰ ৰঙাগৰাত বিশাল গণজাগৰন সভা/আৰম্ভ হ'ল বোকাখাতত বিকল্প ৰাজনীতৰ সন্ধান  নতুনৰ সন্ধান কৰা সমুহ প্ৰতিবাদী বিকল্প মঞ্চক সমুখত লৈ সমতাপূৰ্ণ-স্বচ্ছ-সেউজ-উন্নত বোকাখাত শ্লগানেৰে বোকাখাতত বিকল্প ৰাজনীতিৰ স্বাৰ্থত দেওবাৰে বোকাখাত বিধান সভা সমষ্টিৰ ৰ…

শতাধিক ছাত্ৰ কৰ্মীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে এন এইচ পি চি, চৰকাৰৰ বিৰুদ্ধে৷

শতাধিক ছাত্ৰ কৰ্মীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে এন এইচ পি চি, চৰকাৰৰ বিৰুদ্ধে৷  ধেমাজিৰ গোগামুখত আছু-যুৱ ছাত্ৰ পৰিষদৰ এন এইচ পি চিৰ গেৰুকামুখ নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সামগ্ৰী অৱৰোধ কাৰ্যসূচী৷  ১৯ অক্টোবৰৰ পৰা ২১ অক্টোবৰলৈ তিনিদিনীয়াকৈ প্ৰ…

“অতুল বৰাই হাঁহিছে,ৰাইজে কান্দিছে” ধ্বনিৰে নিকৰি বৰতলত উত্তাল প্ৰতিবাদ, ভাৰতীয় জাতীয় কংগ্ৰেছৰ বোকাখাত বিধা

“অতুল বৰাই হাঁহিছে,ৰাইজে কান্দিছে” ধ্বনিৰে নিকৰি বৰতলত উত্তাল প্ৰতিবাদ, ভাৰতীয় জাতীয় কংগ্ৰেছৰ  বোকাখাত বিধান সভা সমষ্টিৰ নিকৰি বৰতলত আজি বান বিধবস্ত দিচৈ, উত্তৰ মহুৰা অঞ্চলৰ ৰাস্তা ঘাট,দলং নিৰ্মাণ আৰু গড়াখহনীয়া প্ৰতিৰোধৰ দাবীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ব…

মিচিং ভাষা চৰ্চাত উৎসাহিত কৰাৰ উদেশ্যত প্ৰকাশ হোৱা "জিলি:"ই-আলোচনীৰ শাৰদীয় বিশেষ ,আজিৰ শুভক্ষনত প্ৰকাশ কৰিবলৈ ওলাইছে।

মিচিং ভাষাৰ উত্তৰণ আৰু যুৱচামক মিচিং ভাষা চৰ্চাত উৎসাহিত কৰাৰ উদেশ্যত প্ৰকাশ হোৱা "জিলি:"ই-আলোচনীৰ শাৰদীয় বিশেষ ,আজিৰ শুভক্ষনত প্ৰকাশ কৰিবলৈ ওলাইছে। প্ৰায় ৮০% যুৱ লিখকেৰে সমৃদ্ধ,দীঘল গল্প,চুটি গল্প,অণু গল্প,অনুবাদ গল্প,লেকে দ:য়ৃং আৰু প্ৰৱন্…

'আয়াদে' শীৰ্ষক মিচিং গীতৰ ভিডিঅ'ৰ শুভ মুক্তি

মিচিং সাংস্কৃতিক দিশটোক আগুৱাই নিয়াৰ লক্ষ্যৰে গোলাঘাটত জন্ম লাভ কৰা সাংস্কৃতিক গোষ্ঠী 'লাগজুন' ৰ উদ্যোগত নিৰ্মাণ কৰা আয়াদে শীৰ্ষক গীতৰ এটা ভিডিঅ আজি গোলাঘাটত শুভ মুক্তি লাভ কৰে।  গোলাঘাটৰ বিষ্ণুপুৰ মিছং হাউচত আয়োজন কৰা এক আৰম্ভপূৰ্ণ অনুষ্ঠান…

মাজুলীত আছুৰ প্ৰতিবাদ

ব্ৰহ্মপুত্ৰব’ৰ্ডৰ অধ্যক্ষৰ প্ৰতিমুৰ্তি দাহ মধ্য মাজুলী কমলাবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ৷  মাজুলীক সুৰক্ষা দিয়াত চৰম বিফল ব্ৰহ্মপুত্ৰ ব’ৰ্ড আৰু টি. কে নামৰ প্ৰতিস্থানটো৷    শীঘ্ৰে বান গৰাখহনীয়া সমস্যা সমাধান কৰিবলৈ চৰকাৰক দাবী জনাই ছাত্ৰ সন্থাই৷ ব্ৰহ্মপু…

অৰুণোদয় আঁচনিক লৈ মাজুলীৰ পঞ্চায়তে পঞ্চায়তে ৰাইজৰ প্ৰতিবাদ ৷

ৰাজ্য চৰকাৰে নতুন কৈ আৰম্ভ কৰিবলৈ লোৱা "অৰুনোদয়" আচঁনি খনৰ পৰা বঞ্চিত হৈছে  বিধবা,বিকলাংগ আৰু মাটি সম্পত্তি নথকা বহুতো মহিলা।  \ এই অভিযোগ উঠিছে মূখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীৰ ৰঙাচাহী গাওঁ পঞ্চায়তৰ লগতে বহুকেইখন গাঁও পঞ্চায়তৰ বহুকেইটা ৱাৰ্ড …

"এইখনি গাঁও.."- দীপেন বৰুৱাৰ ৰ সুৰীয়া কণ্ঠই লাডাখৰ অনিৰ্বাচনীয় সোন্দৰ্য্যত একেকাৰ হৈ যোৱা এক স্বৰ্গীয় মূৰ্হুত

দীপেন বৰুৱাৰ   এইখনি গাওঁ বুকুৰ আপোন’ গীতৰ তালে তালে লাডাখৰ সৌন্দৰ্য উপভোগ কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ । LAHDC ৰ বাবে লাডাখৰ লেহত কৰা শেষ দিনটোৰ নিৰ্বাচনী প্ৰচাৰ। আমাৰ মৰমৰ শিল্পী দিপেনদাৰ ( দিপেন বৰুৱা) কণ্ঠৰ "এইখনি গাঁও.."-ৰ সুৰীয়া …

ঢকুৱাখনাত অৰুণোদয় আঁচনি ৰূপায়ণত অনিয়ম আৰু বিভিন্ন দাবীৰে জাতীয় সংগঠনৰ বাইক ৰেলী।

ঢকুৱাখনাত অৰুণোদয় আঁচনি ৰূপায়ণত অনিয়ম আৰু বিভিন্ন দাবীৰে জাতীয় সংগঠনৰ বাইক ৰেলী। ঢকুৱাখনাত অৰুণোদয় আঁচনিৰ ৰূপায়ণৰ নামত ইটোৰ পিছত সিটো পঞ্চায়তত সৃষ্টি হৈছে ভয়ংকৰ অনিয়ম। প্ৰকৃত হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত এইবাৰ টি এম পি কেৰ দাংধৰা আঞ্চলিক সমিতিয়ে অভি…

49th NE TMPK LOK BA:LEN KEBANG PREPARATION

Silo jonai sokké TMPK Siga ruwad Ba:tak kébang opé lokké Apéné 49th nané  TMPK foundation day dok légangé AHUM ko dolung, siga Dhogoriya, siga ruwad odke siga asomiya  dolung lok yaméyé opeyé pétpung mo:pung agér tarung ko eboka .  Siga ruwad Ba:bak …

গহপুৰৰ দহ খন ৰাজহ গাঁৱৰ ১৫ শ লোকক মাটি-ভেটি এৰি যাবলৈ নিৰ্দেশ দিছে প্ৰশাসনে ।

ভূমিপুত্ৰৰ মাটি ভেটি সুৰক্ষাৰ কথা কোৱা চৰকাখনৰ দিনত গহপুৰৰ দহ খন ৰাজহ গাঁৱৰ ১৫ শ লোকক মাটি-ভেটি এৰি যাবলৈ নিৰ্দেশ দিছে প্ৰশাসনে । কাজিৰঙা ষষ্ঠ সংযোজনক দোহাই খিলঞ্জীয়া মিচিং জনগোষ্ঠীয় লোকক ১৫ দিনৰ ভিতৰত ঘৰ বাৰী এৰি যাবলৈ প্ৰশাসনৰ লোকে সময়সীমা বান্ধি  …

অৰুণোদয় আঁচনিক লৈ মাজুলীৰ পঞ্চায়তে পঞ্চায়তে ৰাইজৰ প্ৰতিবাদ ৷

ৰাজ্য চৰকাৰে নতুন কৈ আৰম্ভ কৰিবলৈ লোৱা "অৰুনোদয়" আচঁনি খনৰ পৰা বঞ্চিত হৈছে  বিধবা,বিকলাংগ আৰু মাটি সম্পত্তি নথকা বহুতো মহিলা।  এই অভিযোগ উঠিছে মূখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীৰ ৰঙাচাহী গাওঁ পঞ্চায়তৰ লগতে বহুকেইখন গাঁও পঞ্চায়তৰ বহুকেইটা ৱাৰ্ড মেম…

অনাহাৰ, অনিন্দ্ৰাত' ১৬৫০ টা পৰিয়ালৰ অবৰ্ণনীয় পৰিস্থিতি ।

ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ  ভিতৰত পশুৰ দৰে জীৱন নিৰ্বাস কৰা লাইকা দধিয়া পুঃনৰ সংস্থাপনৰ প্ৰতিশ্ৰুতি অথলে গ'ল। বাজেটতে সীমাবদ্ধ ১০ কোটিৰ টকাৰ পেকেজ,বানে সৃষ্টি কৰিলে-অবৰ্ণনীয় পৰিস্থিতি। 'অনাহাৰ, অনিন্দ্ৰাত' ১৬৫০ টা পৰিয়াল। নৰক যন্ত্ৰণ…

যমোদ কাই খ্যাত প্ৰয়াত মৃণাল দলেৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী

আজি তাৰিখতে আমাৰ মিছিং সমাজৰ সম্পদ, স্বনামধন্য শিল্পী তথা মিছিং আৰ্টিষ্ট এচছিয়েচনৰ প্ৰতিস্থাপক সভাপতি যমোদ কাই খ্যাত প্ৰয়াত মৃণাল দলেৰ দ্বিতীয় মৃত্যু বাৰ্ষিকীৰ দিনা পূৱ ঢকুৱাখনা আঞ্চলিক  TMPK MMK উদ্যোগত আৰু মিছিং আৰ্টিষ্ট এচছিয়েচনৰ সহযোগত তেখেতৰ নিজ…

লখিমপুৰ জিলাৰ কাৰাগাৰৰ দেৱাল বগাই পলায়ন কৰে চাৰি কয়দী

কাৰাগাৰৰ পৰা পলাল চাৰি কয়দী লখিমপুৰ জিলা কাৰাগাৰত সংঘটিত হৈছে এই  ঘটনা... কাৰাগাৰৰ  দেৱাল বগাই পলায়ন কৰে  চাৰি কয়দী লখিমপুৰ জিলাৰ  কাৰাগাৰত সংঘটিত হৈছে যোৱা নিশা   এই ঘটনা সংঘটিত হৈছে ।  এই চাৰি কয়দী হৈছে লোকনাথ পেগু , পাপু দাস, ৰাউল দৈমাৰী আৰু প্ৰণৱ…

অসমীয়া নহয় হিন্দুহে মোৰ প্ৰথম চিনাকি বিতৰ্কিত সত্য ৰঞ্জন বৰাৰ মন্তব্য

অসমীয়া নহয় হিন্দুহে মোৰ প্ৰথম চিনাকি বিতৰ্কিত সত্য ৰঞ্জন বৰাৰ মন্তব্য   মাজুলীত উপস্থিত হৈ খীৰ্ষ্ট্ৰান আগ্ৰাসনৰ বিৰুদ্ধে মাত মাতিলে মাজুলীত   বহু বিতৰ্কিত নেতা সত্য ৰঞ্জন বৰা আজি উপস্থিত হয় সত্ৰৰ নগৰী মাজুলীত  মাজুলীৰ নাম সোনোৱাল গাৱৰ নাত কীৰ্ত্তনত  …

মাজুলীৰ অতি ভিতৰুৱা নামনি কলিয়াৰ পৰা নামনি জকাইবোৱা পথত যমৰ যাতনা জনসাধাৰণৰ

মুখ্যমন্ত্ৰীৰ সমষ্টি হিচাপে মাজুলীৰ বহু বাট পথ পকীকৰন হৈছে যদিও বহু ভিতৰুৱা অঞ্চলৰ বাট পথে দীৰ্ঘ দিনৰ পৰা জনসাধাৰণক হাৰাশাস্তি ভুগাই আহিছে ।  প্ৰধানকৈ লক্ষিমপুৰৰ সীমামূৰীয়া  অঞ্চল সমুহত বৰ্তমানো পৰা নাই উন্নয়নৰ আঁচোৰ । এফালে সোৱনশিৰি আৰু খৰিকটীয়া নদী…

تحميل المزيد
لم يتم العثور على أي نتائج