Share on Facebook

বোকাখাতৰ ৰঙাগৰাত বিশাল গণজাগৰন সভা/আৰম্ভ হ'ল বোকাখাতত বিকল্প ৰাজনীতৰ সন্ধান

 বোকাখাতৰ ৰঙাগৰাত বিশাল গণজাগৰন সভা/আৰম্ভ হ'ল বোকাখাতত বিকল্প ৰাজনীতৰ সন্ধান

 নতুনৰ সন্ধান কৰা সমুহ প্ৰতিবাদী বিকল্প মঞ্চক সমুখত লৈ সমতাপূৰ্ণ-স্বচ্ছ-সেউজ-উন্নত বোকাখাত শ্লগানেৰে বোকাখাতত বিকল্প ৰাজনীতিৰ স্বাৰ্থত দেওবাৰে বোকাখাত বিধান সভা সমষ্টিৰ ৰঙাগড়াত অনুষ্ঠিত হয় জনজাগৰণ সভা ।



বোকাখাতত বিকল্প ৰাজনীতিৰ সন্ধানত বোকাখাত বিধান সভা সমষ্টিৰ বিপুল সংখ্যক লোকৰ সমাবেশত দেওবাৰে উপস্থিত হয় সাংসদ অজিত কুমাৰ ভুঞা, লাচিত বৰদলৈ, মনজিৎ মহন্ত।


দেওবাৰে গণজাগৰণ সভাতে বোকাখাত বিধান সভা সমষ্টিৰ ৰাইজৰ সমৰ্থিত প্ৰাৰ্থী প্ৰনব দলেৰ নাম ঘোষনা কৰে  সাংসদ অজিত কুমাৰ ভুঞাই।


আগন্তক বিধান সভা নিৰ্বাচনত বোকাখাতৰ পৰা ৰাইজৰ সমৰ্থিত  প্ৰাৰ্থী হিচাপে প্ৰতিদণ্ডিতা কৰিব প্ৰনব দলেয়ে।


উল্লেখযোগ্য যে গনজাগৰণ সভাতে "youth for bokakhat" কেম্পেইন আৰম্ভ কৰে পদাতীক নাৰী গোষ্ঠী, ব্ৰহ্মপুত্ৰ সংগ্ৰামী মঞ্চ, অসম ছাত্ৰ সমাজ আৰু জীপাল কৃষক শ্ৰমিক সংঘই।


মহুৰামুখৰ পৰা বলোৰাম কামান

 মিছিং লুতাদ৷

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post