Share on Facebook
عرض المشاركات من يوليو, 2019

এবুকু পানীৰ তলত ধান বিচাৰি হাহাকাৰ ঢকুৱাখনাৰ মহিলাৰ।

এবুকু পানীৰ তলত ধান বিচাৰি হাহাকাৰ ঢকুৱাখনাৰ মহিলাৰ।  ঢকুৱাখনা সমষ্টিৰ পশ্চিম ঢকুৱাখনা পঞ্চায়তৰ অন্তৰ্গত লেচেৰা,ভেটতলী,মৌখোৱা ইত্যাদি কেইবাখনো গাৱঁৰ শ শ বিঘা পকা বড়ো,আহুধানৰ খেতি নষ্ট কৰিলে বানে।এতিয়া পানী কমিবলৈ আৰম্ভ কৰাত এবুকু,এডিঙি পানীত নামি বানা…

বান সাহাৰ্য্য বিতৰন

বান সাহাৰ্য্য বিতৰন চৰাইদেউ জিলাৰ সাপেখাতী মহাবিদ্যালয়,সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ/ছাত্ৰী আৰু কবি সন্মিলন সাপেখাতী শাখাৰ  উদ্যোগত ডিমৌ প্ৰেছ ক্লাৱৰ সহযোগত স্হানীয় গাঁৱ বুঢ়া শ্ৰীউমেশ মিলিৰ সাক্ষ্যাতত  শিৱসাগৰ জিলাৰ ডিমৌৰ শামুক…

ASSE BITKUGDA LEDUDO AMDANG ARIG IDUNG RENGAME...

ঢকুৱাখনাত  শাওণৰ পথাৰত এতিয়া ব্যস্ত ৰুৱনি।  জীয়াঢল আৰু কুমতীয়া নদীৰ বাঢ়নি বানে ঢকুৱাখনাৰ কেইবাখনো গাৱঁৰ ঘৰ-বাৰী, বহু লোকৰ ঘৰ-বাৰী,খেতি-পথাৰ  বোকা-পলসে তচনচ কৰি পেলালে।গৰু,ম'হ,ঘোঁঁৰা,গাহৰি,ছাগলী, আদিৰ বাবে তীব্র খাদ্য সংকটৰ মাজতে কৃষকৰ একমাত্ৰ জীৱ…

সোৱণশিৰিৰ খহনীয়াই টোপনি হৰিছে টাকুগাঁও,১ নং গেৰেকী,২ নং গেৰেকী হাতীয়েমৰা...

সোৱণশিৰিৰ খহনীয়াই টোপনি হৰিছে টাকুগাঁও, গেৰেকীবাসীৰ/খহনীয়া ৰোধৰ কোনো ব্যৱস্থা নাই জলসম্পদ, এম,এ,চি'ৰ। ঢকুৱাখনা সমষ্টিৰ বগীনদী উন্নয়নখণ্ডৰ অন্তৰ্গত টাকুগাঁও,১ নং গেৰেকী,২ নং গেৰেকী হাতীয়েমৰা ইত্যাদি শ শ পৰিয়ালৰ টোপনি হৰিছে এতিয়া সোৱণশিৰিৰ খহনীয়াই। …

তিনি মিচিং জাতীয় সংগঠনৰ উদ্যোগত সোৱণশিৰিৰ নামনি অংশৰ গৰাখহনীয়াগ্ৰস্ত অঞ্...

TMPK/MMK/TMMK LOK DAGGURKI 21 JULAI 2019 LONGKÍDO SUBONSIRI DAKTOK MO:TAGLOK PU:MI ÉLA: RAGO BANNAM MO:TAG KÍDÍ:DÉM KANGGONGKA. NHPC lok ríkkong atakpé du:né Pu:mi asi moyudnam Odokké rago ko:nam ngasoddok légangé TMPK/MMK/TMMK Éla: Lutad langkumsuné …

লেচেৰা গাঁৱৰ বানাক্ৰান্ত বানপীড়িত ৰাইজলৈ সাহাৰ্য বিতৰণ ।

মিচিং লুটাদৰ বিশেষ প্ৰভাৱ :- ঢকুৱাখনাৰ লেচেৰা গাঁৱৰ বানাক্ৰান্ত বানপীড়িত ৰাইজলৈ সাহাৰ্য বিতৰণ । এসপ্তাহ ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ উজনি নামনি অসমৰ বিভিন্ন অঞ্চলত  যি বানৰ বিভীষিকা সৃষ্টি কৰিছিল তাৰ পিছতে বানাক্ৰান্ত ৰাইজলৈ  প্ৰশাসন, সংগঠন তথা ব…

ব্যক্তিগত প্ৰচেষ্টাত বৰ্নাত্যক সাহাৰ্য সামগ্ৰী প্ৰদান।

পূৱ ঢকুৱাখনাত পঞ্চায়ত সভাপতিৰ ব্যক্তিগত প্ৰচেষ্টাত বৰ্নাত্যক সাহাৰ্য সামগ্ৰী প্ৰদান। বিগত একসপ্তাহ ধৰি অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ বানত ঢকুৱাখনা সমষ্টিৰ  পূৱ ঢকুৱাখনা পঞ্চায়তৰ-টুৰিবাৰী,যোগীসুতি,কপছান,বান্দেনা,গৰৈমাৰী,লাইপুলীয়া,ঠেকেৰাগুৰিকে আদি কৰি কেইবা…

ব্ৰহ্মপুত্ৰৰ বানে বুৰাই পেলাইছে

বহু গাঁও বানৰ কবলত/খাদ্যৰ অভাৱত মানুহ পশুকুলৰ হাহাকাৰ অৰুণাচলৰ পাহাৰত হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা ব্ৰহ্মপুত্ৰৰ বানে বুৰাই পেলাইছে ঢকুৱাখনা সমষ্টিৰ ব্ৰহ্মপুত্ৰ নদীৰ কাষৰীয়া তিনিখন পঞ্চায়ৰ শতাধিক পৰিয়ালৰ ঘৰ-বাৰী।  পূৱ ঢকুৱাখনা, মাতমৰা, আৰু…

আজিও বান পৰিস্থিতি অতি শোচনীয় হৈ পৰিছে ঢকুৱাখনা বিধান সভা সমষ্টিৰ কেইবাখ...

আজিও বান পৰিস্থিতি অতি শোচনীয় হৈ পৰিছে ঢকুৱাখনা বিধান সভা সমষ্টিৰ কেইবাখনো গাঁও   ৰাজ্যত কেইবাদিনো ধৰি  নেৰা-নেপেৰা বৰষুণ দিয়াৰ ফলত বিস্তৃৰ্ণ অঞ্চল বৰ্তমান পানীৰ কৱলত।  আজি পাঁচ দিন ধৰি বিভিন্ন অঞ্চল প্লাবিত কৰিছে। ঢকুৱাখনা বিধান সভা সমষ্টিৰ লেচেৰা ,…

আজিও বান পৰিস্থিতি অতি শোচনীয় হৈ পৰিছে ঢকুৱাখনা বিধান সভা সমষ্টিৰ কেইবাখ...

আজিও বান পৰিস্থিতি অতি শোচনীয় হৈ পৰিছে ঢকুৱাখনা বিধান সভা সমষ্টিৰ কেইবাখনো গাঁও   ৰাজ্যত কেইবাদিনো ধৰি  নেৰা-নেপেৰা বৰষুণ দিয়াৰ ফলত বিস্তৃৰ্ণ অঞ্চল বৰ্তমান পানীৰ কৱলত।  আজি পাঁচ দিন ধৰি বিভিন্ন অঞ্চল প্লাবিত কৰিছে। ঢকুৱাখনা বিধান সভা সমষ্টিৰ লেচেৰা ,…

UTTOR DHEMAJI ADIKOLIYA DO:LU:LOK ÍRANG AKO YOKPAGDUNG

UTTOR DHEMAJI ADIKOLIYA DO:LU:LOK ÍRANG AKO YOKPAGDUNG [8:47 AM, 7/13/2019] Haren Kaptak: Airu:pé     mé:dírpénam agomko       Gíné 7 Julai Do:nyi longédo rokom 7/8 adído Adikoliya do:lu:lokké gílenna Gugamukh Nahorbari lok bejuwai akolo:pé Kansa Ta…

ঢকুৱাখনাত বানপানীৰ ভয়ংকৰ তাওৱ

ঢকুৱাখনাত বানপানীৰ ভয়ংকৰ তাওৱ যোৱা এসপ্তাহ ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ কেইবাখনো জিলাৰ নৈৰ লগতে ঢকুৱাখনা মহকুমাৰ অন্তগত মাতমৰা-বাঘচুকত ব্ৰক্ষপুত্ৰৰ নৈৰ বাঢ়নী পানীয়ে ভয়ংকৰ ৰোপ ধাৰন কৰিছে৷ফলত কেইবাখনো গাওঁ বাঘচুক,বান্দেনা,বৰবিলকে আদি ক…

মিলনকুৰৰ বিননি শুনিব কোনে ?"

" মিলনকুৰৰ বিননি শুনিব কোনে ?"   আজি ৰাতিপুৱাৰ পৰা ব্ৰহ্মপুত্ৰৰ পানী ভয়ংকৰ হোৱাত থাওৰা সমষ্টিৰ পানীদিহিং মৌজাৰ আটাইতকৈ পিছপৰা পশ্চিম পানীদিহিং গাওঁ পঞ্চায়তৰ লুইতপৰীয়া মিলনকুৰ গাঁৱৰ লগতে শামুকজান,বালিকুৰ,দলপা আদি কেবাখনো গাৱৰ ঘৰ-বাৰী বানপা…

চকলিৰ নৃত্য কৰ্মশালাৰ সামৰণি অনুষ্ঠানত উখল-মাখল পৰিৱেশ ।

চকলিৰ নৃত্য কৰ্মশালাৰ সামৰণি অনুষ্ঠানত উখল-মাখল পৰিৱেশ   গোলাঘাট জিলা বৰপথাৰৰ চকলি হিন্দী প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত 'চকলি আঞ্চলিক বিহু মঞ্চ'ৰ উদ্যোগত ১ জুলাইৰ পৰা অনুষ্ঠিত হৈ থকা নৃত্য কৰ্মশালাৰ বুধবাৰে সফল ভাবে সামৰনি পৰে । উদুলি-মুদুলি পৰ…

Neepco assé Pusa modung Mising Rengamem.....

লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ ৰাজহ চক্ৰৰ তেলাহী উন্নয়ন খণ্ডৰ অন্তৰ্গত পশ্চিম তেলাহীত নীপকোৱে পানী এৰাৰ ফলত ৰঙানদীৰ পশ্চিম অঞ্চল এইবাৰ বানত বাৰুকৈয়ে জুৰুলা হৈছে। 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পহুমৰা দলঙৰ পৰা বাওফালে অৱস্থান কৰা বামুনদলনী,নভগনীয়া, পোতাবিল শ…

Neepco assé Pusa modung Mising Rengamem.....

লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ ৰাজহ চক্ৰৰ তেলাহী উন্নয়ন খণ্ডৰ অন্তৰ্গত পশ্চিম তেলাহীত নীপকোৱে পানী এৰাৰ ফলত ৰঙানদীৰ পশ্চিম অঞ্চল এইবাৰ বানত বাৰুকৈয়ে জুৰুলা হৈছে। 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পহুমৰা দলঙৰ পৰা বাওফালে অৱস্থান কৰা বামুনদলনী,নভগনীয়া, পোতাবিল শ…

TURNAN MIMAG MA:NYINGKO MA:LA OTÉNG AMONGÉM MÉGE:LA KERELANG AMO:LO SIK...

TURNAN MIMAG MA:NYINGKO MA:LA OTÉNG AMONGÉM MÉGE:LA AGER LÉGANG GÍLA KERELANG  AMO:LO SIKANG MISING  AO AKO Gíné 7 Julai 2019 longédo Kerelang amo:lo sikang Uttor Dhemaji Adikoliya:lok Abu Prodip Noroh, Ané Lajonti Noro ké ao Oniram Noro bí.       …

বৰপথাৰৰ পৰা মিৰিগাঁও হৈ অভংপথাৰ সংযোগী পথৰ দুৰৱস্থা

বৰপথাৰৰ পৰা মিৰিগাঁও হৈ অভংপথাৰ সংযোগী পথৰ দুৰৱস্থা গোালাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত বৰপথাৰৰ পৰা মিৰিগাঁও হৈ অভংপথাৰ সংযোগী পথৰ দুৰৱস্থা । ১২ বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল পথটো । নিৰ্মাণৰ পাছৰ পৰা পথটো মেৰামতি নকৰাৰ বাবে ভাঙি-ছিঙি বিধ্বস্ত হৈ …

ৰাইজৰ সহযোগত অজগৰ সাপ উদ্ধাৰ কৰে দিচাংমুখ খণ্ড বন বিষয়াৰ কৰ্ম চাৰী

শিৱসাগৰ জিলাৰ দিচাংমুখ খণ্ড বন বিষয়াই পানীদিহিং পক্ষী অভয়াৰণ্যৰ অন্তৰ্গত কাষৰীয়া গাওঁ চিতলীয়াত প্ৰায় ৯কেজি ওজনৰ অজগৰ উদ্ধাৰ কৰে। চিতলীয়া গাঁৱত এঘৰৰ বাৰীত এটা অজগৰ সাপ উলাই অহাত তথা তয়াকৈ ওচৰৰ বন বিষয়াক খবৰ দিয়াত দিচাংমুখ খণ্ড বনবিষয়াই আহি স…

ঢকুৱাখনাৰ নামনি পাতৃচুকত পুখুৰীত গা ধুবলৈ গৈ এটি কিশোৰ সলিল সমাধি ।

ঢকুৱাখনাৰ  নামতি পাতৃচুকত পুখুৰীত গা ধুবলৈ গৈ এটি কিশোৰ সলিল সমাধি ।  ঢকুৱাখনাৰ  নামতি পাতৃচুকত পুখুৰীত গা ধুবলৈ গৈ এটি কিশোৰ সলিল সমাধি ।পিতৃ শিৱাজী চুংক্ৰাং আৰু মাতৃ সত্যৱতী চুংক্ৰাংৰ পুত্ৰ জোনকুমাৰ চুংক্ৰাং (৯ ) পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি ।   …

ভোক্তভোগীসকলে বিদ্যুত বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে

ঘূণাসুঁতিত দেশে স্বাধীনতা লাভ কৰা ৭৩ বছৰ অতিক্ৰম কৰা পিছতো নাই বিদ্যুতৰ সেৱা। ক্ষোভ প্ৰকাশ চলিচুক ৰিক্কং আঞ্চলিক টি এম পি কে আৰু এম এম কে সংগঠন। ৰাজ্যৰ বিদ্যুৎ বিভাগৰ ফোঁপোলা স্বৰূপৰ কথা কিমান দেখুৱাম আৰু কৈ থাকিলেও শেষ নহয় বিদ্যুৎ বিভাগৰ বেমেজালিৰ কথ…

2004 DÍTAGLOK 15 AGOSTODOK BUMANG BUGMONÉ AKKÉNGKO AMIÉM PATÉKPÉ TUMTO

2004 DÍTAGLOK 15 AGOSTODOK  BUMANG BUGMONÉ AKKÉNGKO AMIÉM PATÉKPÉ TUMTO 2004 dítagdok 15 agosto longélo Dhemaji lo buma: bugmoné émna mé:mola 15 kopé amilok aminém Dhemaji  courtlo jíga:la métungai.        Édé amikídí:dé -- Rosid Bhorali, Muhi Hondik…

বৰপথাৰৰ চকলিত নৃত্য কৰ্মশালাৰ শুভাৰম্ভ ।

আৰম্ভ হল বৰপথাৰ চকলিত ১০ দিনীয়া নৃত্য কৰ্মশালা । ১ জুলাইৰ পৰা ১০ জুলাই লৈকে চলিব এই কৰ্মশালা । গোলাঘাট জিলা ধনশিৰি মহকুমাৰ অন্তৰ্গত বৰপথাৰৰ চকলি হিন্দী প্ৰাথমিক বিদ্যালয়ত 'চকলি আঞ্চলিক বিহু মঞ্চ'ৰ সৌজন্যত অায়োজন কৰা ‌১০ দিনীয়া "নৃত্য কৰ…

কেছু,কুমতি,বোকা-পানীৰে কৰ্দযময় পৰিৱেশত চলা এখন চৰকাৰী বিদ্যালয়

কেছু,কুমতি,বোকা-পানীৰে কৰ্দযময় পৰিৱেশত চলা এখন চৰকাৰী বিদ্যালয় ঢকুৱাখনাত কেছু-কুমটীয়ে খন্দা,বোকা-পানীৰে ভৰা কৰ্দযময় পৰিৱেশত পাঠগ্ৰহণ কৰিব লগা হৈছে এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে। ১৯৮৫ চনৰ পৰা ব্ৰহ্মপুত্ৰৰ বান-খহনীয়াৰ বাবে ভেটি সলাই সলাই জুৰুলা হৈ…

ঘিলামৰাত চামপৰা নদীৰ বানে চিঙি নিলে গড়কাপ্তানি পথ। ৰাইজৰ দুৰ্ভোগ

ঘিলামৰাত চামপৰা নদীৰ বানে চিঙি নিলে গড়কাপ্তানি পথ। ৰাইজৰ দুৰ্ভোগ ঢকুৱাখনা সমষ্টিৰ ঘিলামৰাৰ বিলমুখ পঞ্চায়তৰ বিস্তৃত এলেকাত যোৱা তিনিদিন ধৰি জীয়াঢল,চামপৰাৰ বাঢ়নী পানীয়ে বান পৰিস্থিতিৰ সৃষ্টি কৰিছে।   বাঢ়নী পানীয়ে,-ঘিলামৰা-গোগামুখ সংযোগী-৪২ নং ৰাজ্যিক ঘা…

تحميل المزيد
لم يتم العثور على أي نتائج