AASU ৰ স্মাৰকপত্ৰ প্ৰদান ৷ ধেমাজি জিলাৰ জোনাইত PMGSY ৰ পথ নিৰ্মাণত বিভিন্ন ঠাইত দেখা দিছে ব্যাপক অনিয়ম আৰু দুৰ্নীতি ৷ ইয়াৰ বেৰাছাপৰী অঞ্চলত অকলেণ্ড মাছোৱা কেম্পৰ পৰা মাজগাৱঁ কচাৰীলৈ 1.65 কিলোমিটাৰ পথ তথা মাজত দুটা কালভাৰ্ট নিৰ্মাণৰ ঠিকা লাভ …
Our website uses cookies to improve your experience. Learn more
حسنًا