عرض المشاركات من يناير, 2021
নদীদ্বীপ মাজুলীৰ প্ৰান্তে প্ৰান্তে এতিয়া মিচিং জনজাতিসকলৰ বসন্ত উৎসৱ আলি আয়ে লৃগাং উদযাপনৰ পূৰ্ণ আয়োজন চলিছে। প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰটোত এই উৎসৱ পালন কৰা হয়। এই উদ্দেশ্যে মিচিং বসতি প্ৰধান মাজুলীৰ গাঁৱে-ভূঁয়ে ডেকা-গাভৰুসকলে তেওঁলোকৰ পৰম্প…
লখিমপুৰ ত্যাগক্ষেত্ৰত কংগ্ৰেছৰ বিশাল গণ সমাবেশ । ৪৭ বৃটিছক খেদিলো আৰু ২১ত বিজেপিক খেদাৰ সংকল্পৰে লখিমপুৰত কংগ্ৰেছৰ নিৰ্বাচনী ৰণশিঙা। এই বিশাল গণ সমাবেশত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ,উপ দলপতি ৰকিবুল হুচেইন ,সাংসদ গৌৰৱ গগৈ স…
মিচিং জনগোষ্ঠীৰ কৃষি ভিত্তিক উৎসৱ আলি আয়ে লিগাং সমাগত । অসমৰ চুকে কোণে থকা মিচিং জনগোষ্ঠীৰ লোক সকলে ফাগুন মাহৰ প্ৰথম বুধবাৰে অনুষ্ঠিত কৰে কৃষিভিত্তিক উৎসৱ আলি আয়ে লিগাং । আলি আয়ে লিগাঙক লৈ অসমৰ বিভিন্ন প্ৰান্তত প্ৰস্তুতি চলি থকাৰ সমান্তৰালকৈ হেলেমৰ…
আজি ৭২ সংখ্যক গণতন্ত্ৰ দিৱস। সমগ্ৰ ভাৰতবৰ্ষত আজি উদযাপন কৰা হৈছে গণতন্ত্ৰ দিৱস। ইয়াৰ সমান্তৰালভাৱে ঢকুৱাখনা ৰাজহুৱা খেলপথাৰত ঢকুৱাখনা মহকুমা উদ্যোগত উদযাপন কৰা হয় গণতন্ত্ৰ দিৱস। পতাকা উত্তোলনৰ পিছত ঢকুৱাখনা আৰক্ষীৰ লগতে পেৰেডত অংশগ্ৰহণ কৰে ঢকুৱাখনাৰ …
অসমৰ জনজাতি সকলৰ পিতৃ স্বৰূপ সংগঠন ট্ৰাইবেল সংঘৰ গহপুৰ জিলাৰ প্ৰথম ট্ৰি বাৰ্ষিক অধিৱেশন গহপুৰৰ ৰাওনামুখত দুই দিনিয়া কাৰ্যসূচীৰে সফল সামৰণি পৰে। ঐ নিতমৰ সুৰেৰে মুখৰিত হৈ পৰে অধিবেশন থলী । গহপুৰৰ চুকে কোণে থকা জনজাতীয় লোকসকলে সমবেত হোৱা অধিবেশনৰ প্ৰত…
মুখ্যমন্ত্ৰী সমষ্টিৰ মাজুলীত আছুৰ বিক্ষোভ কাৰ্য্যসূচী জেৰেঙা পথাৰলৈ মোদী আগমনত ক্ষোভ "আছু" ৰাজ্য জুৰি কলা কাপোৰ প্ৰদৰ্শন জেৰেঙা পথাৰত মোদী আগমনৰ পাছতেই মুখ্যমন্ত্ৰী সমষ্টিৰ মাজুলীত মোদী আগমনত বিৰোধিতা কৰি কলা কাপোৰ প্ৰদশনে মাজুলীত &quo…
গহপুৰৰ বালিজানত ভয়ংকৰ শোকাৱহ পথ দুৰ্ঘটনা। ৩০ ফুট দ খাৱৈত নিশা দহ বজাত নিয়ন্ত্ৰন হেৰুৱাই বাগৰিল "হুণ্ডাই ইয়ণ"। বালিজান SBI শাখাৰ চাৰি জন বেংক কৰ্মচাৰী আছিল বাহন খনত। দুজনক ততাতয়াকৈ এজন স্থানীয় যুৱকে উদ্ধাৰ কৰে যদিও বাকী দুজন গাড়ী সহ পান…
মিচিং সমাজৰ প্ৰথম শ্বহীদ বগা মেদকৰ পৰিয়াল কেনে আছে ? পাহৰি পেলাইছোনেকি মিচিং সমাজৰ বীৰ শ্বহীদ বগা মেদকক । লখিমপুৰ জিলাৰ গোগামুখ বাতি মেদকত ঘৰ বগা মেদকৰ। 1995 চনৰ বিলমুখ বানে কেবাংত আৰক্ষীৰ গুলিত মৃত্যু হৈছিল শ্বহীদ বগা মেদক।
ৰাজ্যত অব্যাহত আছে CAA আৰু EIA 2020 ,অসম চুক্তি ৬ নং দফা সফল ৰূপায়নৰ বাবে প্ৰতিবাদ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আগমনৰ আগদিনাই আছুৱে সমগ্ৰ ৰাজ্যতে জোৰ সমদল বাহিৰ কৰে। আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত লখিমপুৰ জিলা ছাত্ৰ সন্থাই জোৰ সমদল উলিয়ায় প্ৰত…
অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধিৰ প্ৰতিবাদত ঢকুৱাখনাত কংগ্ৰেছৰ চাইকেল ৰেলী। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আহ্বান মৰ্মে আজি ঢকুৱাখনাত ব্লক কংগ্ৰেছ কমিটিৰ সহযোগত ঢকুৱাখনাৰ ৰাজীৱ ভৱনৰ পৰা চাইকেল ৰেলী বাহিৰ কৰে। অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধিৰ প্ৰতিবাদত ঢ…
শ্বহীদ বগা মেদকৰ মৰিশালিত পুৰণা ইটাৰে নিৰ্মান কৰিবলৈ চেষ্টা ঠিকাদাৰৰ । মিচিং লুটাদৰ সাংবাদিকৰ হাতত বন্ধি হল এই দৃশ্য। চাওঁ আহক আমাৰ সাংবাদিক পল্লব মিলিৰ এক বিশেষ প্ৰতিবেদন। এইবাৰ মিচিং সমাজৰ কাৰণে শ্বহীদ হোৱা বগা মেদকৰ মৰিশালিত পুৰণা ইটা লগাবলৈ চেষ্…
কপাল বেয়া লাইকা দধিয়াবাসীৰ পলিথিনৰ তম্বু ফালি বৰষুণৰ পানী, ঠাণ্ডাত আকৌ দুগৰাকী মহিলাক হস্পিতাললৈ। লাইকা দধিয়াৰ প্ৰতিবাদস্থলীত দুগৰাকী মহিলা আজিও সংকট জনক অৱস্থা। 108 বাৰে বাৰে ফোন কৰাৰ পাছতো ৰোগীক নিবলৈ নাহিল,প্ৰতিবাদস্থলীলৈ। নিজৰ ৰ্পাচেনেল গাড়ীৰ…
তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত উওপ্ত পৰিস্থিতি। আজি জিলা উপায়ুক্ত কাৰ্য্যালয়ত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে
ধেমাজি জিলাৰ অন্তৰ্গত গোগামুখস্থিত সোৱণশিৰি মহাবিদ্যালয়ৰ বাকৰিত মহাবিদ্যালয়খনৰে গণিত বিভাগৰ অধ্যাপক দুষ্যন্ত নৰহ লিখা কৰ'নাৰ দিন লিপি কাব্য গ্ৰন্থখন উন্মোচন হয়। এই কাব্য গ্ৰন্থৰ উন্মোচনৰ কাৰ্যসূচীত সভাপতিত্ব কৰে অধ্যক্ষ ড: ৰূপেশ্বৰ চেতি…
অসমৰ জনগোষ্ঠীৰ ভিতৰত দেউৰী সকল অন্যতম। ঢকুৱাখনাৰ একমাত্ৰ বালি দেউৰী গাঁৱত পৰম্পৰাগত ভাৱে ভোগালী বিহু উদযাপন কৰা হয়। মাঘ মাহৰ প্ৰথমটো বুধবাৰে মাঘ ভোগালী বিহু উৎসৱ পালন কৰে। অসমৰ জনগোষ্ঠীয় দেউৰী সকলে নিজা নিয়ম অনুসৰি …
লাইকা দধিয়াবাসীক পুঃনৰ সংস্থাপনৰ আশ্বাস,মুখ্যমন্ত্ৰী ৰ্সবানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ-কিন্তুু দিন তাৰিখ নিৰ্ধাৰন নকৰাৰ বাবে ৰাইজে বিশ্বাসত লব পৰা নাই। উচ্চ পৰ্য্যায়ৰ কৰ্মিটিয়েও এবাৰো লাইকা দধিয়াৰ ৰাইজত আগত আহি আলোচনা নকৰাতো,ৰস…
সমগ্ৰ মিচিং ৰাইজে বহু আশাৰে বাট চাই থকা লাইকা - দধীয়াবাসীৰ পূণৰ সংস্হাপনৰ বিষয়ে আশ্বাস দিলে যদিও কোনো সময় সীমা নিদিলে মুখ্যমন্ত্ৰীয়ে ৷ ঐতিহাসিক জ'নাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ১৬ আৰু ১৭ জানুৱাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে TMPK ৰ বৰ্…
12 নং ঢকুৱাখনা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ কৰ্মীয়ে ঘিলামৰা উন্নয়ন খণ্ডৰ সোৱণশিৰি গাওঁ পঞ্চায়তৰ মধ্য সোৱণশিৰি মহাবিদ্যালয়ত প্ৰায় পাঁচ হাজাৰ কৰ্মীয়ে একগোট হৈ নতুন মুখৰ প্ৰাৰ্থী যুৱ কংগ্ৰেছী কালিদাস কমানক আগন্তুক অসম বিধান সভা নিৰ্বাচনত টিকট প্ৰদান…
TMPK ৰ বৰ্ষযোৰা সোণালীজয়ন্তী উদযাপনৰ শুভাৰম্ভ ৷ আজিৰ পৰা ১৬ আৰু ১৭ জানুৱাৰী তাৰিখে TMPKৰ বৰ্ষযোৰা সোণালীজয়ন্তী উদযাপন জ'নাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শুভাৰম্ভ হৈছে ৷ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ লগতে মূ…
২৩ দিন উকলি যোৱাৰ পাছত লাইকা দধিয়াৰ কাষত উপস্থিত-লক্ষীমপুৰৰ সাংসদ-মিগাং প্ৰদান বৰুৱা। ৩১ জানুৱাৰীৰ ভিতৰত লাইকা দধিয়াৰ পুনৰ সংস্থাপন দিব পাৰিবনে? লক্ষীমপুৰলৈ নাযায় দধিয়া ৰাইজে । এই বিষয়ে সাংসদ গৰাকীয়ে কি কলে,শুনো আহক।
কোনে বুজিব? কোনে শুনিব? গৃহহীন ভূমিহীন লাইকা দধিয়াবাসীৰ ৰাইজৰ মনৰ কথা। ভোগালীৰ উৰুকাৰ দিনাও ন্যায্য অধিকাৰৰ দাবীত সংগ্ৰাম, 24 দিনে প্ৰতিবাদ ভূমিপুএৰ। বুকুত বঞ্চনাৰ একুৰা জুই লৈ এওঁলোকে উৰুকা পাতিলে। কিন্তুু তাৰ মাজতো দুখ-আজিও 4 জনৰ সংকত জনক অৱস্থা-তি…
সোণাৰি চাপৰি বজাৰত উৰুকাৰ বজাৰত চেলা চাৰিকড়িয়া,কঢ়া নদীৰ , বৰালী ,চিতল ,আৰি , ৰৌ ,শল,শাল সৰু বৰ থলুৱা মাছৰে ভৰি পৰিল বজাৰ ৷ মহামাৰীৰ কৰুণাৰ সময়ত ভালদৰে থলুৱা মাছ এসাঁজ খাবলৈ নোপৱাৰ বাবে এতিয়া উদৰ পুৰাই খাবলৈ জুতি লব মন পছন্দৰ মাছ ক্ৰয় কৰিবলৈ অহা গ্ৰা…
লাইকা দধিয়াৰ সমস্যা অন্ত নাই। আৰু দুজন সংকট জনক অৱস্থা। তিনিচুকীয়া অসামৰিক চিকিৎসালৈ প্ৰেৰণ মিগাং নিৰলাল চুংক্ৰাং,বয়স-৫৫ বছৰ লাইকা পমুৱা গাঁও। আৰু মিমে-চুশিলা টায়োং,বয়স-45 বছৰ,দধিয়া চাৰিসূতী গাঁওৰ বুলি জানিব পৰা গৈছে। 'খিলঞ্জীয়া মৰিছে,চৰকাৰ হা…
দ্বীপ জিলা মাজুলী জেংৰাইমূখ ৰাজীৱ গান্ধী খেল পথাৰত আজি টাকাম মিচিং পৰিণ কৌৱাং চমুকৈ টি.এম.পি.কে সোণালী জয়ন্তী বৰ্ষ ২০২১ ৰ তৃতীয় কাৰ্যসূচী লাইখুটা স্থাপন কৰে। জেংৰাই মূখ ৰাজীৱ গান্ধী খেলপথাৰত অনুষ্টিত লাইখুটা স্থাপনৰ কাৰ্যসূচী মিচিং পৰম্পৰা নিয়ম অনু…
ঢকুৱাখনাৰ এখন আগশাৰী ব্যক্তিগত বিদ্যালয় শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তী মহোৎসৱ আজি বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হয় শুভাৰম্ভ অনুষ্ঠান। পুৱা পতাকা উত্তোলনৰ পিছতে এই শুভাৰম্ভ অনুষ্ঠানটো শুভ উদ্বোধন কৰে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱকুমা…
তিনিচুকীয়া জিলা উপায়ুক্তৰ কুম্মিতা মৰাংঙৰ পৰিয়ালৈ-১,০০,০০০/=(এক লাখ টকা)-এককালিন সাৰ্হায্য ২০ দিনে পুঃনৰ সংস্থাপনৰ দাবীত অনাহাৰে ৰ্তিপালৰ তলতে উজাগৰী নিশা কটাই ধাৰাবাহিক আন্দোলন।
ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । ৰাজ্যৰ চৌদিশে এতিয়া জনসাধাৰণ ব্যস্ত হৈ পৰিছে সমাগত অসমীয়াৰ বাপতিসাহোন ভোগালী বিহুক আদৰিবলৈ। এনে সময়তে ভোগালী বিহুটিক আদৰাৰ বাবে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ঢকুৱাখনাত ভেলাঘৰ নিৰ্মাণেৰে চলাইছে এক অঘোষিত প্…
মাঁথো কান্দোনৰ শব্দ-সুখ বিচাৰি অহা ৰাইজে-অৰ্বণনীয় পৰিবেশ,লাইকা দধিয়াত,প্ৰতিবাদকাৰীৰ স্খাস্থ্যৰ অৱনতি। 19 দিনে ন্যায্য প্ৰাপ্তিৰ দাবীত অবিৰত সংগ্ৰাম-দুখ যন্ত্ৰণাত দিশহাৰা লাইকা দধিয়াবাসী -প্ৰতিবাদস্থলীত অসুস্থ,আৰু মৃত্যু- জাৰত কঁপি কঁপি প্ৰতিবাদ সাব্…
Big breaking news- ডিব্ৰুগড় অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ জীৱন সংগ্ৰাম যুঁজি থকা গৰ্ভৱতী কুম্মিতা মৰাংৰ মৃত্যু- চিকিৎসকৰ মতে ইতিমধ্যে মৃত্যু হৈছে,মহিলাগৰাকী, তাৰ আগতেই গৰ্ভত থকা শিশুটিৰ মৃত্যু হৈছিল। ৰাইজৰ অভিযোগ-তিনিচুকীয়া জিলা প্ৰশাসনৰ গাফিলতিত মানুহ…
এতিয়াও অব্যাহত আছে শিমলু কাঠৰ ৰমৰমীয়া বেহা। ইয়াৰ বিৰুদ্ধে নিউজ কৰাৰ পিছতো নিৰৱ দৰ্শকৰ ভূমিকাত লখিমপুৰ জিলা বন বিভাগ । আমাৰ সাংবাদিক অভিযান চলোৱাৰ পিছতে গোপন কেমেৰাত বন্ধি হল অসাধু লোকৰ গছ কাটি থকাৰ দৃশ্য। লখিমপুৰ জিলা বন সংমণ্ডলৰ অধীনৰ …
মাজুলীত কেইবাটাও জনকৈল্যান কামী কাৰ্যসূচী শুভাৰম্ভ কৰিবৰ বাবে মুখ্য সোনোৱাল উপস্থিত হয়। দুপৰীয়া ১.৩০ বজাত নামনি মাজুলীৰ অতি পিছপৰা বৰদুৱাৰত হেলিকপ্টাৰেৰে অৱতৰণ কৰি প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনৰ ড০ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠানত অংশগ্…
মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিৰ লাইকা দধিয়াৰ আৰ্তনাদ। পলিথিনৰ চালিৰ তলত খিলঞ্জীয়া ভুমিপুএ ৰ ৰ্দুবিষহ জীৱন। মুখ্যমন্ত্ৰীৰ নিদ্দেৰ্শ মৰ্মে সঁচাকৈ লাইকা দধিয়াক পুঃনৰ সংস্থাপন দিব পাৰিবনে? সেই বিষয়তোলৈ ৰাইজে কি কলে-তেনেকুৱা বহুতো প্ৰতিশ্ৰুতি দি আহিছে চৰকাৰে।আ…
অসম ভৈয়াম জনজাতি উন্নয়ন পৰিষদৰ উদ্যোগত তথা জোনাই ৰয়েল ৰাইৰ্দাচৰ সহযোগত অনুষ্ঠিত জোনাই শিশু উদ্যান থলী যোৱা কালি নানা জাতি - জনগোষ্ঠীৰ মিলন ভূমিত পৰিনত হয় তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ জনজাতি মহোৎসৱৰ সফল সামৰনি হয় ৷ যোৱা কালিৰ বিভিন্ন কাৰ্যসূচীৰ ল…
Big ব্ৰেকিং NEWS-লাইকা দধিয়া আশ্ৰয় শিবিৰৰ পৰা গৰ্ভৱতী মহিলা এগৰাকী সংকত জনক অৱস্থা। জানিব পৰা মতে-মহিলা গৰাকী আশ্ৰয় শিবিৰতেই আছিল। কালি ৰাতি তিনিচুকীয়া অসামৰিক চিকিৎসালৈ প্ৰেৰণ কৰিছিল। কিন্তুু তিনিচুকীয়াত নোৱাৰাৰ বাবে-ডিব্ৰুগড় অসামৰিক চিকিৎসালৈ প্ৰেৰ…
অসমৰ দ্বিতীয় বৃহত্তম মিচিং জনগোষ্ঠীৰ জাতীয় সংগঠন TMPK ৰ সোণালী জয়ন্তী বৰ্ষ ২০২১ ৰ দ্বিতীয় কাৰ্যসূচী ৰূপায়ণৰ হেতু আজি মাতমৰাত লাইখুটা স্থাপন কৰা হয় মাংগলিক ৰীতি - নীতি মাজেৰে লাইখুটা স্থাপনৰ কাৰ্যসূচীত বিভিন্ন জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ সমাহাৰে উদুলি …
ঢকুৱাখনালৈ Assam Beauty Contest ত বিজয়ী হৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম ননী কৃষ্ণা বৰুৱা। ঢকুৱাখনাৰ সোণাৰি চাপৰি অঞ্চলৰ বাসীন্দা কেকুৰী আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক থানেশ্বৰ বৰুৱা আৰু মাতৃ বিদ্যা বৰুৱাৰ জেষ্ঠ কন্যা ননী কৃষ্ণা বৰুৱালৈ অঞ্চলটোলৈ আনিছে …
অসম ভৈয়াম জনজাতি উন্নয়ন পৰিষদৰ উদ্যোগত তথা জোনাই ৰয়েল ৰাইৰ্দাচৰ সহযোগত ৩ , ৪ আৰু ৫ জানুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জোনাই শিশু উদ্যানত জনজাতি মহোৎসৱত অনুষ্ঠিত কৰা হয় ৷ এই জনজাতি মহোৎসৱত জনজাতি সকলৰ খাদ্য - বস্ত্ৰৰ প্ৰদৰ্শনী মেলা , শিশুসকল…
লাইকা দধিয়াৰ খিলঞ্জীয়া ভুমিপুএ সকলৰ সমস্যাৰ অন্ত নাই। নিজৰ প্ৰাপ্য অধিকাৰৰ বাবে সংগ্ৰাম কৰাটোৱেই অপৰাধ নেকি? সেয়া নেকি? পাহাৰ,ভৈয়াম,জাতি,মাটি, ভেটি ৰক্ষা কথা কোৱা চৰকাৰৰ দমন নীতি-কিয় বাৰে বাৰে লাইকা দধিয়া পুঃনৰ সংস্থাপন দিয়াতো ব্যৰ্থ হৈছে।এই সমস্যাতো…
আজি 14 দিন হ'ল-লাইকা দধিয়াৰ প্ৰতিবাদ সাব্যস্ত কৰা। লাইকা দধিয়াৰ দূৰ্দশা বুজ লবলৈ আহি অসম প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰা ডাঙৰীয়াই লাইকা দধিয়াৰ সমস্যাৰ বিষয়ে কি ক'লে।
২০২০ চনৰ অন্তিমটো দিনত নকল সোণৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ সফলতা। লখিমপুৰ জিলাৰ বিহপুৰীয়া আৰক্ষীৰ জালত পুণৰ এটা নকল সোণৰ ব্যৱসায়ী ৷ মংগল বাৰে নিশা বিহপুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিৰন্য পাটৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বঙালমৰা ফটেহপুৰ…
উত্তৰ পূৰ্বাঞ্চলৰ বিখ্যাত বৈষ্ণৱ পীঠ ঐতিহাসিক বাসুদেৱ থান নৰোৱা সত্ৰত নতুন বছৰৰ পহিলা দিনটোতে পুৱাৰে পৰা দেখা গৈছে ভক্ত দৰ্শনাথীৰ লানি নিছিগা ভীৰ। ১৬৫৬ চনতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰিনাতি দামোদৰ দেৱৱৰ আতাৰ দিনতে ঢকুৱাখনাত সত্ৰখনি প্ৰতিষ্ঠা লাভ ক…
উত্তৰ - পূব ভাৰতৰ আবতানীৰ বংশধৰ সকলে উৎপত্তি কালৰে পৰা সৰ্বশক্তিমান সৰ্বব্যাপ্তি হিচাপে দঃঞি পঃল বা সূৰ্য্য - চন্দ্ৰক গণ্য কৰি পূজা - পাৰ্বন , মাংগলিক কাৰ্য্য ইত্যাদি সমাপন কৰি আহিছে ৷ যদিও সু - সংগঠিত ৰূপত কোনো উমৈহতীয়া মঞ্চ নথকাৰ বাবে এই ধৰ্…
আজি ১২ দিন হ'ল-গৃহহীন লাইকা দধিয়াবাসীৰ মৰণপন সংগ্ৰাম-৩১ জানুৱাৰীৰ ভিতৰত পুঃনৰ সংস্থাপন নিশ্চিত।সঁচাকৈ 'মুখ্যমন্ত্ৰীয়ে' প্ৰতিশ্ৰুতি ৰাখিব পাৰিবনে?লাইকা দধিয়াবাসীৰ এটাই কথা কোনো কাৰণতে ত্যাগ নকৰে প্ৰতিবাদস্থলী।চৰকাৰে পুঃনৰ সংস্থাপন দিবই লাগ…