লখিমপুৰ ত্যাগক্ষেত্ৰত কংগ্ৰেছৰ বিশাল গণ সমাবেশ ।
৪৭ বৃটিছক খেদিলো আৰু ২১ত বিজেপিক খেদাৰ সংকল্পৰে লখিমপুৰত কংগ্ৰেছৰ নিৰ্বাচনী ৰণশিঙা।
এই বিশাল গণ সমাবেশত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ,উপ দলপতি ৰকিবুল হুচেইন ,সাংসদ গৌৰৱ গগৈ সাংসদ ৰাণী নৰহ , AICC ৰ সম্পাদক - অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰভাৰী তথা চত্ৰিছগড়ৰ বিধায়কৰ বিকাশ উপাধ্যায় , প্ৰাক্তন মন্ত্ৰী ভৰত নৰহ , প্ৰাক্তন বিধায়ক তথা AICC ৰ সম্পাদক ভূপেন বৰা , ন কংগ্ৰেছী মিৰা বৰঠাকুৰ উপস্থিত থাকে।
মূল্যবৃদ্ধিৰে কোঙা কৰা অসমৰ ৰাইজৰ মাজত ফেচিবাদ একনায়কত্ববাদী চলাবলৈ বিচাৰে বিজেপিয়ে ।
২০২১ ত কংগ্ৰেছ চৰকাৰ হলে প্ৰথমেই মাইক্ৰ ফাইনেঞ লোন মাফ , কৃষকৰ ঋণ মাফৰ লগতে ১২০ ইউনিট ইলেকট্ৰিক মাফ কৰাৰ প্ৰতিশ্ৰুতি ৰকিবুল হুচেইনৰ ।
শূন্য সহনশীলতা কথাকোৱা চৰকাৰ খনে লখিমপুৰ ধেমাজী নৱ কুমাৰ দলে নেতৃত্বত চলিছে দূনীতি পাহাৰ - ভৰত নৰহৰ ।
সমাবেশত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা , সাংসদ লোকসভাৰ বিৰুধী দলপতি গৌৰৱ গগৈ , ৰাজ্যসভাৰ সাংসদ ৰাণী নৰহ, AICC সম্পাদক ভূপেন বৰা , ৰকিবুল হুচেইন , প্ৰাক্তন মন্ত্ৰী ভৰত নৰহ।
বিজেপি ৰিৰ্মটকন্ত্ৰলৰ চৰকাৰ বুলি আখ্যা দিয়াৰ লগতে ২০২১ চনত কংগ্ৰেছই চৰকাৰ গঠন কৰিবলৈ সক্ষম হব বুলি মন্তব্য কৰিলে সাংসদ গৌৰৱ গগৈ।
মহাযুবন্ধনৰ জৰিয়তে বিজেপি চৰকাৰক ওফৰাবলৈ অসমৰ সকলো দলক আহ্বান জনাই ৰাইজৰ দ'ল আৰু অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈক গৌৰৱ গগৈয়ে একত্ৰিত হোৱাৰ আহ্বানক লুৰিণজ্যোতিয়ে কৰা।