12 নং ঢকুৱাখনা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ কৰ্মীয়ে ঘিলামৰা উন্নয়ন খণ্ডৰ সোৱণশিৰি গাওঁ পঞ্চায়তৰ মধ্য সোৱণশিৰি মহাবিদ্যালয়ত প্ৰায় পাঁচ হাজাৰ কৰ্মীয়ে একগোট হৈ নতুন মুখৰ প্ৰাৰ্থী যুৱ কংগ্ৰেছী কালিদাস কমানক আগন্তুক অসম বিধান সভা নিৰ্বাচনত টিকট প্ৰদান কৰিবৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটি তথা নিখিল ভাৰতীয় জাতীয় কংগ্ৰেছক অনুৰোধ জনাই।
আগন্তুক 2021ৰ বিধান সভা নিৰ্বাচনত ঢকুৱাখনা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীত্ব কোনে পাব?
byMISING LUTAD (NEWS)
•
0