TMPK ৰ বৰ্ষযোৰা সোণালীজয়ন্তী উদযাপনৰ শুভাৰম্ভ ৷
আজিৰ পৰা ১৬ আৰু ১৭ জানুৱাৰী তাৰিখে TMPKৰ বৰ্ষযোৰা সোণালীজয়ন্তী উদযাপন জ'নাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শুভাৰম্ভ হৈছে ৷
বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ লগতে মূল প্ৰবেশদ্বাৰ জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰাজেশ্বৰ পেগু , মুৰংঘৰ চাংগদ ড° হৰকান্ত পেগু , জ'নাই উচ্চতৰ মাধ্যমিক বিদ্যালয় , All Assam Miri High School , Jengeraimukh Higher Secondary School memorial জিৰনী গৃহ উদ্বোধন কৰে ক্ৰমে প্ৰতাপচন্দ্ৰ পাৱ , MAC ৰ EC ৰাজু মেদক আৰু নৰেশ কুম্বাঙে ৷ Dining hall
উদ্বোধন কৰে আদি বানে কেবাঙৰ Taho mibang আৰু গ্ৰন্থ মেলা , পৰম্পৰাগত খাদ্য ও বস্ত্ৰ মেলা উদ্বোধন কৰে ক্ৰমে ধেমাজি জিলাৰ DC Narasing Pawar ,ধেমাজিৰ SP Dhananjoy Ghanwant আৰু জোনাইৰ মহকুমাধিপতি জিলমিল শইকীয়া কাকতিয়ে ৷
MAC ৰ EC Joigeswar Kutum এ Plag off কৰা বগীবিলৰ পৰা প্ৰায় পাচহেজাৰ বাইকৰেলী কৰি অহা দলটোক বেলেক হেৰিকেন আৰু জোনাই ৰয়েল ৰাইদাৰ্চ ক্লাৱে এশ খনৰো অধিক বোলেটেৰে জোনাইলৈ আদৰি আনে ৷
আবেলি MAC ৰ চেয়াৰমেন সুনিল পেগুৰ আদৰণি বক্তব্যৰে প্ৰাক্তন TMPK কেন্দ্ৰীয় নেতা কৰ্মী সকলক সম্বৰ্ধনা জনোৱা হয় ৷
দঃলুং আগম নামৰ অভ্যৰ্থনা সমিতিৰ স্মৃতিগ্ৰন্থ খন উন্মোচন কৰে মিচিং আগম কেবাঙৰ সভাপতি গোবিন টাইদে ৷
সন্ধিয়া TMPK ৰ সাধাৰণ সম্পাদক তিলক দলেই
আদৰলি ভাষণ দিয়া বাৰেৰহণীয়া কাৰ্যসূচী উদ্বোধন কৰে AASU ৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷ আৰু Traditional Fashion Show উদ্বোধন কৰে TMMKৰ সাধাৰণ সম্পাদিকা বন্তিবালা পেগুৱে ৷