Share on Facebook

TMPK ৰ বৰ্ষযোৰা সোণালীজয়ন্তী উদযাপনৰ শুভাৰম্ভ ৷

 TMPK ৰ বৰ্ষযোৰা  সোণালীজয়ন্তী উদযাপনৰ শুভাৰম্ভ ৷






   আজিৰ পৰা ১৬ আৰু ১৭ জানুৱাৰী তাৰিখে TMPKৰ বৰ্ষযোৰা সোণালীজয়ন্তী উদযাপন জ'নাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শুভাৰম্ভ হৈছে ৷


 বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ লগতে মূল প্ৰবেশদ্বাৰ জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰাজেশ্বৰ পেগু , মুৰংঘৰ চাংগদ ড° হৰকান্ত পেগু , জ'নাই উচ্চতৰ মাধ্যমিক বিদ্যালয় , All Assam Miri High School , Jengeraimukh Higher Secondary School memorial জিৰনী গৃহ উদ্বোধন কৰে ক্ৰমে প্ৰতাপচন্দ্ৰ পাৱ , MAC ৰ EC ৰাজু মেদক আৰু নৰেশ কুম্বাঙে ৷ Dining hall 

উদ্বোধন কৰে আদি বানে কেবাঙৰ Taho mibang  আৰু গ্ৰন্থ মেলা , পৰম্পৰাগত খাদ্য ও বস্ত্ৰ মেলা উদ্বোধন কৰে ক্ৰমে ধেমাজি জিলাৰ DC Narasing Pawar ,ধেমাজিৰ SP Dhananjoy Ghanwant আৰু জোনাইৰ মহকুমাধিপতি জিলমিল শইকীয়া কাকতিয়ে ৷


 MAC ৰ EC Joigeswar Kutum এ Plag off কৰা বগীবিলৰ পৰা প্ৰায় পাচহেজাৰ বাইকৰেলী কৰি অহা দলটোক বেলেক হেৰিকেন আৰু জোনাই ৰয়েল ৰাইদাৰ্চ ক্লাৱে এশ খনৰো অধিক বোলেটেৰে জোনাইলৈ আদৰি আনে ৷

আবেলি  MAC ৰ চেয়াৰমেন সুনিল পেগুৰ আদৰণি বক্তব্যৰে প্ৰাক্তন TMPK কেন্দ্ৰীয় নেতা কৰ্মী সকলক সম্বৰ্ধনা জনোৱা হয় ৷ 


   দঃলুং আগম নামৰ অভ্যৰ্থনা সমিতিৰ স্মৃতিগ্ৰন্থ খন উন্মোচন কৰে মিচিং আগম কেবাঙৰ সভাপতি গোবিন টাইদে ৷ 


  সন্ধিয়া TMPK ৰ সাধাৰণ সম্পাদক তিলক দলেই 

আদৰলি ভাষণ দিয়া বাৰেৰহণীয়া কাৰ্যসূচী উদ্বোধন কৰে AASU ৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷ আৰু Traditional Fashion Show উদ্বোধন কৰে TMMKৰ সাধাৰণ সম্পাদিকা বন্তিবালা পেগুৱে ৷ 








MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

إرسال تعليق

please do not enter the any spam link in to comment box

أحدث أقدم