২৩ দিন উকলি যোৱাৰ পাছত লাইকা দধিয়াৰ কাষত উপস্থিত-লক্ষীমপুৰৰ সাংসদ-মিগাং প্ৰদান বৰুৱা। ৩১ জানুৱাৰীৰ ভিতৰত লাইকা দধিয়াৰ পুনৰ সংস্থাপন দিব পাৰিবনে? লক্ষীমপুৰলৈ নাযায় দধিয়া ৰাইজে । এই বিষয়ে সাংসদ গৰাকীয়ে কি কলে,শুনো আহক।
লক্ষীমপুৰলৈ নাযায় দধিয়া ৰাইজে, এই বিষয়ে সাংসদ প্ৰদান বৰুৱাই কি কলে?
byMISING LUTAD (NEWS)
•
0