ঢকুৱাখনালৈ Assam Beauty Contest ত বিজয়ী হৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম ননী কৃষ্ণা বৰুৱা।
ঢকুৱাখনাৰ সোণাৰি চাপৰি অঞ্চলৰ বাসীন্দা কেকুৰী আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক থানেশ্বৰ বৰুৱা আৰু মাতৃ বিদ্যা বৰুৱাৰ জেষ্ঠ কন্যা ননী কৃষ্ণা বৰুৱালৈ অঞ্চলটোলৈ আনিছে আনন্দৰ জোৱাৰ।
যোৱা ৩০,৩১ ডিচেম্বৰ আৰু,১ জানুৱাৰী পৰা সদৌ অসম ভিত্তিত মেগা এন্টাৰটেটমেন্ট আৰু হেৰিটেশ্ব Assam Festivals সন্থাৰ উদ্যোগত আয়োজন কৰা Assam Beauty Contest খিতাপত ননী কৃষ্ণা বৰুৱাই প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে এই বিজয়ে Samsilc mega miss Northeast 2021 ত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে।
এই সন্মানে কটন বিশ্ববিদ্যালয়ৰ তথা সোণাৰি চাপৰিৰ পৰিয়ালটোলৈ লৈ আনন্দ বন্যা।
আমাৰ চেনেলৰ তৰফৰ পৰাও ননী কৃষ্ণা হাতী বৰুৱালৈ থাকিল অশেষ শুভকামনা।