Share on Facebook

তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জোনাই শিশু উদ্যানত জনজাতি মহোৎসৱ অনুষ্ঠিত কৰা হয় ৷

  অসম ভৈয়াম জনজাতি উন্নয়ন পৰিষদৰ উদ্যোগত তথা জোনাই ৰয়েল ৰাইৰ্দাচৰ সহযোগত ৩ , ৪ আৰু ৫ জানুৱাৰীত  তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জোনাই শিশু উদ্যানত জনজাতি মহোৎসৱত অনুষ্ঠিত কৰা হয় ৷ 



এই জনজাতি মহোৎসৱত জনজাতি সকলৰ খাদ্য - বস্ত্ৰৰ প্ৰদৰ্শনী মেলা , শিশুসকলৰ মাজত বিভিন্ন 

প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ লগতে নিজ নিজ জনগোষ্ঠীৰ কলাসংস্কৃতিলৈ বিশেষ অৱদান আগবঢ়োৱা 

কেবাজনো শিল্পীক সম্বৰ্ধনা জনোৱাৰ  লগতে অসম ভৈয়াম জনজাতি উন্নয়ন পৰিষদৰ Managing Director 

ACS বিষয়া জাদব পেগুৰ স্বাক্ষৰিত মানপত্ৰ প্ৰদান কৰা হয় ৷


  জোনাই গাৱঁ পঞ্চায়তৰ সভাপতি জয়ন্ত বৰিয়ে উদ্বোধন কৰা  যোৱা কালিৰ সাংস্কৃতিক সন্ধিয়াত বিভিন্ন 

জনজাতি জনগোষ্ঠীৰ নৃত্য - গীত আদি পদৰ্শন কৰা হয় ৷ এই অনুষ্ঠানত জোনাই ৰয়েল ৰাইৰ্দাচৰ সভাপতি 

- সম্পাদক ক্ৰমে ডা° জ্যোতিষ দলে , ওপৰিও কেবাজনো বিষয়ববীয়া উপস্থিত থাকে ৷ 

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post