লাইকা দধিয়াৰ খিলঞ্জীয়া ভুমিপুএ সকলৰ সমস্যাৰ অন্ত নাই। নিজৰ প্ৰাপ্য অধিকাৰৰ বাবে সংগ্ৰাম কৰাটোৱেই অপৰাধ নেকি? সেয়া নেকি? পাহাৰ,ভৈয়াম,জাতি,মাটি, ভেটি ৰক্ষা কথা কোৱা চৰকাৰৰ দমন নীতি-কিয় বাৰে বাৰে লাইকা দধিয়া পুঃনৰ সংস্থাপন দিয়াতো ব্যৰ্থ হৈছে।এই সমস্যাতো চাবলৈ আজি উপস্থিত হ'য়-আলোচনা পন্তী,আলফা নেতা-6 পায়াৰ,শ্ৰীয়ুত অন্তুু চাউদাং-ডাঙৰীয়াই লাইকা দধিয়া সমস্যাবোৰ বিষয়ে কি কলে-শুনো আঁহক।
জাতি,মাটি,ভেটি ৰক্ষা কথা কোৱা চৰকাৰৰ -কিয় বাৰে বাৰে লাইকা দধিয়া পুঃনৰ সংস্থাপন দিয়াতো ব্যৰ্থ হৈছে।
byMISING LUTAD (NEWS)
•
0