কপাল বেয়া লাইকা দধিয়াবাসীৰ পলিথিনৰ তম্বু ফালি বৰষুণৰ পানী, ঠাণ্ডাত আকৌ দুগৰাকী মহিলাক হস্পিতাললৈ।
লাইকা দধিয়াৰ প্ৰতিবাদস্থলীত দুগৰাকী মহিলা আজিও সংকট জনক অৱস্থা।
108 বাৰে বাৰে ফোন কৰাৰ পাছতো ৰোগীক নিবলৈ নাহিল,প্ৰতিবাদস্থলীলৈ।
নিজৰ ৰ্পাচেনেল গাড়ীৰ পৰা তিনিচুকীয়া অসামৰিক চিকিৎসালৈ প্ৰেৰণ ।
জানিব পৰামতে-মহিলা দুগৰাকী,দধিয়া মৰ্মৰা গাঁওৰ-মিৰ্মে Nekaboti Mishong. Age.45.আৰু মিৰ্মে, Dipika Mishong. Age.40 বুলি জানিব পৰা গৈছে।
প্ৰতিকূল বতৰ প্ৰচণ্ড শীতকো নেওচি নিজ স্থিতিত অটল লাইকা দধিয়াবাসী -
পুনৰ সংস্থাপনৰ দাবী-এমাহ ২ দিন ধৰি অব্যাহত প্ৰতিবাদ।
কিন্তুু খিলঞ্জীয়া ভুমিপুএৰ অভাৱ অভিযোগ শুনিবলৈ সময় নাই-ৰজাঘৰীয়াই।