শ্বহীদ বগা মেদকৰ মৰিশালিত পুৰণা ইটাৰে নিৰ্মান কৰিবলৈ চেষ্টা ঠিকাদাৰৰ ।
মিচিং লুটাদৰ সাংবাদিকৰ হাতত বন্ধি হল এই দৃশ্য।
চাওঁ আহক আমাৰ সাংবাদিক পল্লব মিলিৰ এক বিশেষ প্ৰতিবেদন।
এইবাৰ মিচিং সমাজৰ কাৰণে শ্বহীদ হোৱা বগা মেদকৰ মৰিশালিত পুৰণা ইটা লগাবলৈ চেষ্টা ঠিকাদাৰৰ।
আপোনলোকেও দেখিছে দুৰ্নীতিৰো দুৰ্নীতি দেখিছেনে এনেকুৱা সীমাহীন দুৰ্নীতি
এই মৰাশালিতোক বনোৱা মিস্ত্ৰী জনোৱা অনুসৰি ঠিকাদাৰৰ নাম জন পেগু ।
আপুনি বিচাৰে নেকি বগা মেদকৰ মৰিশালিতোক বেয়াকৈ নিৰ্মান কৰি দিয়াটো ।
আপুনি ভাবি চাওক কিমান তললৈ যাব পাৰে এই সকল লোক ।
চকুৰ আগতেই ধূলি মাৰিব বিচৰা তিকাদাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব
এইয়াই হব লক্ষ্যনীয়।