লাইকা দধিয়াবাসীক পুঃনৰ সংস্থাপনৰ আশ্বাস,মুখ্যমন্ত্ৰী ৰ্সবানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ-কিন্তুু দিন তাৰিখ নিৰ্ধাৰন নকৰাৰ বাবে ৰাইজে বিশ্বাসত লব পৰা নাই। উচ্চ পৰ্য্যায়ৰ কৰ্মিটিয়েও এবাৰো লাইকা দধিয়াৰ ৰাইজত আগত আহি আলোচনা নকৰাতো,ৰসহ্যজনক। ৩১ জানুৱাৰী ভিতৰত পুঃনৰ সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি,প্ৰতিশ্ৰুতিয়েই হৈ থাকি যাব নেকি?
মুখ্যমন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ সংস্থাপনৰ আশ্বাস ৰাইজে বিশ্বাসত লব পৰা নাই।
byMISING LUTAD (NEWS)
•
0