'সমাজ কৰ্মী,আৰু পৰিৱেশ কৰ্মী,বৰ্তমানৰ 'অসম জনতা' দলৰ সভাপতি,মাননীয় শ্ৰীয়ুত নিৰন্ত গোঁহাই ছাৰৰ মনৰ কথা।তেখেতে ২০২১চনত 'চাবুৱা' সমষ্টিত 'অসম জনতা' দলৰ হৈ 'বিধায়ক' হিচাপে প্ৰতিদ্বদ্ধিতা কৰিব। -আমাৰ কেমেৰাৰ আগত কি ক'লে শুনো আহঁক-ডিব্ৰু ছৈখোৱাৰ পৰা-এপিঅ টাইদৰ,প্ৰতিবেদন-মিচিং লুটাদ।