লখিমপুৰ জিলাৰ নামনি দর্গেত আলি আ:য়ে লৃগাংৰ ব্যাপক প্ৰস্তুতি।
মিছিং সম্প্ৰদায়ৰ লোকৰ ফাগুনৰ প্ৰথমটো বুধবাৰত উদযাপন কৰা হয় আলি আ:য়ে লৃগাং।
অসমৰ ভিন্ন প্ৰান্তৰ লগতে নামনি দৰগেতো উদযাপন কৰিব অহা ১৭আৰু ১৮ ফেব্ৰুৱাৰীত।
এই সন্দৰ্ভত আমাৰ মিচিং লুটাদৰ সাংবাদিক পল্লব মিলি ৰ এক বিশেষ প্ৰতিবেদন