আজি মাজুলী ৯৯ নং বিধান সভাৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী পদ্মেশ্বৰ দলে বিজেপত আনুষ্ঠানিক ভাবে বিজেপিত যোগদান কৰে।
মাজুলী সমষ্টি প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী পদ্মেশ্বৰ দলে নতুন কৈ অসমত জন্ম লাভ কৰা অসম জাতীয় দলত যোগদান কৰিছিল॥ কিন্তু জাতীয় দলৰ পৰা টিকত লাভ নকৰাত তেওঁ মাজুলীৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন লৈছিল।
আজি নিৰ্দলীয় প্ৰাৰ্থী গৰাকীয়ে আনুষ্ঠানিক ভাবে মাজুলীৰ জিলা বিজেপি কাৰ্যালয়ত যোগদান কৰে।