মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ হৈ মাজুলীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
22 মাৰ্চত মাজুলী ফুলনি বিশাল জন সভাত অংশগ্ৰহণ কৰিব অমিত শ্বাহে
এতিয়া মাজুলী ফুলনিত বিজেপি কৰ্মীৰ পূৰ্ণ ব্যস্ত।
অমিত শ্বাহে অংশ গ্ৰহণ কৰিব লগা নিৰ্বাচনী সভাখনত প্ৰায় ১ লাখৰো অধিক জনসমাগম হব বুলি আশা প্ৰকাশ কৰিছে বিজেপি কৰ্মী সকলে।