হত্যা,ধৰ্ষণ,অপহৰণকে আদি কৰি একাধিক বেআইনী কাৰ্যকলাপত জড়িত দুধৰ্ষ অপৰাধী গেৰজাইক গ্ৰেপ্তাৰ ঢকুৱাখনা আৰক্ষীৰ।
গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত টেঙাগড়া অঞ্চলত প্ৰায় ৬ মাহ পূৰ্বে লখিমপুৰৰ তুল দত্তৰ হত্যাকাণ্ডৰ সতে জড়িত আছিল ঢকুৱাখনা জালভাৰী গেৰজাই।
ঢকুৱাখনা আৰক্ষীৰ অভিযান কালত দুধর্ষ হত্যাকাৰীটোক ঢকুৱাখনা থানাৰ অন্তৰ্গত কপহুৱা গাঁওত অভিযান চলাই গেৰজাই ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় নিশাৰ ভাগত।
আৰক্ষীৰ গুলীত গুৰুত্বৰভাৱে আহত হোৱাত নিশাই ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
