Share on Facebook

কোকৰাঝাৰত ইউপিপিএলৰ দলীয় কাৰ্যনিৰ্ৱাহক সভা আৰম্ভ ৷ ইউএলবিৰ ১২ সদস্য মুলসূঁতিলৈ অহাক প্ৰমোদ বড়োৰ আদৰনি

 কোকৰাঝাৰত ইউপিপিএলৰ দলীয় কাৰ্যনিৰ্ৱাহক সভা আৰম্ভ ৷

উপ নিৰ্ৱাচনত এনডিএই আটাই কেইটা সমষ্টিত জিকিৱ ৷

 বিটিআৰৰ দুটা আসনত ইউপিপিএল দলে প্ৰাৰ্থীত্ব প্ৰক্ষেপ কৰিৱ



ইউএলবিৰ ১২ সদস্য মুলসূঁতিলৈ অহাক প্ৰমোদ বড়োৰ আদৰনি

কোকৰাঝাৰ ২৯ ছেপ্তেম্বৰঃ বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰৰ চান্দামাৰীস্থিত বড়োফা সাংস্কৃতিক

 প্ৰকল্পত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ইউপিপিএলৰ দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা আৰম্ভ হৈছে

 ৷এই উপলক্ষে বিটিআৰ প্ৰধান তথা দলৰ সভাপতি প্ৰমোদ বড়োই আজি সংবাদমহলত কাইলৈৰ

 বৈঠকত দলে বহু কেইটা প্ৰস্তাৱ গৃহীত কৰাৰ লগতে ইউপিপিএল দলৰ ভিজন মিছনলৈ দলীয় মজিয়াত

 বিভিন্ন আলোচনা কৰা হৱ বুলি জনাই ৷তেঁও আৰু কয় বড়োলেণ্ড অঞ্চলখন উন্নত অঞ্চল গঢ় দিয়াত



 ইউপিপিএল দলে যি নীতি লৱ তাক একেলগে কাম কাি যাৱ বুলি দোঁহাৰে ৷প্ৰমোদ বড়োই সমাগত

 ৰাজ্যৰ উপ-নিৰ্ৱাচনকলৈ এনডিএই আটাইকেইটা সমষ্টিতে জিকিৱ বুলি দাৱী কৰিছে ৷ অৱশ্যে উপ

 নিৰ্ৱাচনকলৈ ইউপিপিএল দলে অহা ২/৩ তাৰিখে বিজেপি,এজেপি,জিএচপি মিত্ৰদলৰে আলোচনাত

 বহিৱ বুলি বিটিআৰত ইউপিপিএল দলে দুটাকৈ আসনত দলীয় প্ৰাৰ্থীত্ব প্ৰক্ষেপ কৰিৱ ৷ ইয়াৰে

 গোসাইগাও আৰু তামোলপুৰত ইউপিপিএল দলে প্ৰাৰ্থীত্ব প্ৰক্ষেপ কৰাৰ লগতে ভৱানীপুৰ সমষ্টিত

 বিজেপি দলে প্ৰাৰ্থীত্ব দিৱ বুলি জনাই প্ৰমোদ বড়োই ৷ বিটিআৰত নতুনকৈ গঠিত ইউ এল বি সশস্ত্ৰ

 গোটটোৰ ১২ জনকৈ সদস্য মুলসূতিলৈ ঘুৰি অহাত আদৰনি জনাই প্ৰমোদ বড়োই কয় বাস্কা জিলা

 এৱছুৰ উমেশ দৈমাৰীৰ সতে যোৱা ২ দিন আগে ইউএলবিৰ সদস্যকেইজনে মুলসুতিলৈ অহাৰ

 যোগাযোগ কৰা বুলি জানিৱ দিয়ে ৷ ইয়াৰ পিছতে মুখ্যমন্ত্ৰী, আৰক্ষী বিষয়া জেপিসিঙ আৰু স্থানীয়

 আৰক্ষী বিষয়াৰ সতে যোগাযোগ ৰক্ষা কৰি আজি মুলসুতিলৈ অহা সদৰী কৰে ৷ 



এইক্ষেত্ৰত বিশেষ কৰি আইনে যিটো কয় সিটো মতে সিদান্ত হৱ আৰু আইনগত ভাৱে ব্যৱস্থা লোৱা হৱ বুলি জনাই ৷

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post