Share on Facebook

গহপুৰ নগৰত আৰক্ষীৰ জালত পৰিল সোণৰ নাঁও সহ চাৰিজন লোক।

 গহপুৰ নগৰত আৰক্ষীৰ জালত পৰিল সোণৰ নাঁও সহ চাৰিজন লোক। 



এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত গহপুৰ আৰক্ষী থানাৰ আৰক্ষীয়ে অভিযান চলাই গহপুৰ নগৰৰ

 মাজমজিয়াত ৰখাই থোৱা  AS01 EN 6165 নম্বৰৰ এল্টো ৮০০বাহনৰ পৰা উদ্ধাৰ কৰে সোণৰ নাও।

 ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে ৪জনকৈ লোকক আটক। আৰক্ষীৰ তদন্তৰ অন্তত জব্দ কৰা সোণৰ নাওখন নকল সোণৰ বুলি জানিব পৰা গৈছে। 

নকল সোণৰ নাওঁখন ধৃত লোককেইজনে লক্ষিমপুৰৰ পৰা বিশ্বনাথত বিক্ৰী কৰিবলৈ বুলি আনি থকা অৱস্থাতে গহপুৰ আৰক্ষীৰ জালত পৰে। 

আৰক্ষীয়ে আটক কৰা লোক কেইজন হৈছে লক্ষিমপুৰৰ আতুৱাৰ ৰহমান, বিশ্বনাথৰ জয়ন্ত ওজা, চতিয়াৰ চাবেদ আলী আৰু ইদ্ৰিচ আলী। 

গহপুৰ আৰক্ষীয়ে সোণৰ নাওঁ সৰবৰাহ কাৰ্যত জড়িত চাৰি অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আইনি প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post