বিহালীৰ বটিয়ামাৰীত ব্ৰহ্মপুত্ৰত এটি অচিনাক্ত মৃতদেহ উদ্ধাৰ।
আবেলিৰ ভাগত স্থানীয় ৰাইজে নদীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰাৰ পাছতে বিহালী আৰক্ষী থানাত অৱগত কৰে।
উদ্ধাৰ হোৱা মৃতদেহ নিমাতিঘাটৰ নৌকা দুৰ্ঘটনাৰ পৰা অহা বুলি সন্দেহ প্ৰকাশ ৰাইজৰ।
বিহালী থানাত ৰখা হৈছে মৃত দেহ।
মিচিং লুতাদ
