ধেমাজি জিলা অসম হাইস্কুল শিক্ষক সংস্থাৰ সংবাদমেল
ধেমাজীত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত কেবিনেট বৈঠকৰ প্ৰতি আদৰণি জনায় আজি ধেমাজি জিলা
অসম হাইস্কুল শিক্ষক সংস্থা কাৰ্যালয়ত ধেমাজি আৰু জোনাইৰ শিক্ষকসকলে এক সংবাদ মেল
আয়োজন কৰে । সংবাদ মেলৰ প্ৰধান উদ্দেশ্য হিচাপে ধেমাজি জিলাৰ যিমানখিনি বেঞ্চাৰ হাইস্কুল আছে।
সেই স্কুলসমুহক অনতিপলমে প্ৰাদেশিকৰণ কৰা, লগতে এই সন্দৰ্ভত অসমৰ মূখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাক।
এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে ।
