মিচিং আৰ্টিচ্ Association উদ্যোগত গোগামুখস্থিত Tourist lodge ত "Voice of Mising" নামৰ Singing Reality Show পতাৰ লক্ষ্য আগত ৰাখি সংবাদ মেল আয়োজন কৰে।
সংবাদ মেলত উপস্থিত থাকে মিচিং আৰ্টিছ Associationৰ সভাপতি বাবা দলে,সাধাৰণ সম্পাদক ফিৰোজ ডাঙৰীয়াৰ লগতে Associationৰ বিষয়া কৰ্মচাৰী সকলে।
