ধেমাজি জিলাৰ আইন প্ৰাধিকৰনৰ সৌজন্যত আইন সেৱা সন্দৰ্ভত বিশেষ সজাগতা সভা সম্পন্ন।
আজি ধেমাজি জিলাৰ ওখমাটি আৰু মিংমাং গাওঁ পঞ্চায়তত ৰাজহুৱা প্ৰেক্ষাগৃহত আইন সেৱা সন্দৰ্ভত সজাগতা সভা সম্পন্ন হয়।
এই সভাত উপস্থিত থাকে ধেমাজি আইনী সেৱা প্ৰাধিকৰনৰ সচিব নুৰ আহমেদ লস্কৰ , ধেমাজি জিলাৰ কেইবাগৰাকী অধিবক্তাৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।
গ্ৰামাঞ্চলৰ ৰাইজে বিনামূলীয়াকৈ আইন সেৱা কেনেদৰে লাভ কৰিব পাৰে ৰাইজৰ মাজত বিতংভাৱে বক্তব্য ৰাখে ধেমাজি জিলাৰ আইন প্ৰাধিকৰনৰ সচীৱ নূৰ আহমেদ লস্কৰে।
Tags:
Awareness