Share on Facebook

বৰ্হিৰাজ্যত সন্দেহজনকভাবে মৃত্যু হোৱা ৰাজীৱ দলেৰ মৃতদেহ স্ব-গৃহত আহি পালেগৈ আজি।

 বৰ্হিৰাজ্যত সন্দেহজনক মৃত্যুক হোৱা যুৱক মৃতদেহ‌ ঘৰলৈ প্ৰেৰণৰ ব্যৱস্থা শিক্ষা মন্ত্ৰীৰ

 তৎপৰতাত



যোৱা ২৪ অক্টোবৰত কেৰেলাত সন্দেহজনক  মৃত্যুৰ বলী হোৱা ঢকুৱাখনা থানাৰ পূৱ ঢকুৱাখনাৰ ইন্দুৰ

 গাঁওৰ যুৱক ৰাজীৱ দলেৰ মৃতদেহ ঘৰলৈ আনিবৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য

 চৰকাৰৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে।

আজি বিয়লি দুই বজাত কেৰালাৰ পৰা ঢকুৱাখনাৰ ঘৰলৈ ৰাজীৱৰ মৃতদেহ আহি পায় বুলিও জানিব পৰা গৈছে।




MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post