Share on Facebook

কোকৰাঝাৰত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ অনশন কাৰ্যসূচী ।

 সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথৰ নেৰ্তৃত্বত কোকৰাঝাৰত অনশন কাৰ্যসূচী ।


প্ৰবল বৰষুণকো নেওঁচি আৰম্ভ অনশন কাৰ্যসূচী ।



নাথ যোগী জনগোষ্ঠীক জনজাতিকৰণ , উপগ্ৰহীয় স্বায়ত্বশাসন , কমতাপুৰ স্বায়ত্বশাসিত পৰিষদত নাথ

 যোগী জনগোষ্ঠীৰ প্ৰতিনিধিক অন্তৰ্ভূক্তিকৰণৰ দাবীত অনশন কাৰ্যসূচী । 


হাতে হাতে বেনাৰ, ফেষ্টুন , প্লেকাৰ্ড লৈ আৰম্ভ অনশন কাৰ্যসূচী । 


নিজ দাবীৰ সমৰ্থনত ধৰ্ণা । 


নাথ যোগী ছাত্ৰ সন্থাৰ অৰ্ধশতাধিক কৰ্মী - সমৰ্থকে ভাগ ললে অংশগ্ৰহণত । 


অনশনথলীত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথৰ ঘোষণা - দাবী পুৰণ নোহোৱালৈকে ক্ষান্ত নহয় নাথ যোগী জনগোষ্ঠী ।


নাথ যোগী জনগোষ্ঠীক মাহী আইৰ চকুৰে চাইছে চৰকাৰে ।



কমতাপুৰ স্বায়ত্বশাসিত পৰিষদত কমেও ৫ খন আসন নাথ যোগী জনগোষ্ঠীৰ বাবে সংৰক্ষণৰ দাবী ।  


জনজাতিকৰণ অবিহনে ক্ষান্ত নহয় নাথ যোগী ।


অনশনৰ পিছতো চৰকাৰে গুৰুত্ব নিদিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ , অসম বন্ধৰ হুংকাৰ ।


বাৰে বাৰে প্ৰৱঞ্চনা , প্ৰতাৰণা সহ্য কৰা নহব । 




সৰ্বদিশতে বঞ্চিত , শোষিত , অবহেলিত জনগোষ্ঠীটোৰ উন্নয়নত চৰকাৰে গুৰুত্ব দিয়া নাই । 

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post