পাঞ্জাৱৰ লভলী প্ৰফেচনেল ইউনিভাৰচিটিত চলি থকা ৰাষ্ট্ৰীয় WUSHU প্ৰতিযোগিতাত ছোৱালীৰ ৫২
কেজি শাখাত চণ্ডীগড়ৰ খুছিৰ সৈতে ছেমি ফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জৰ পদকতেই সামৰিলে গহপুৰৰ
হেলেমৰ বুৰৈৰ লেপেটা পাৰাৰ জীয়ৰী প্ৰতিভা টায়ে ।
প্ৰতিভা টায়েৰ প্ৰতিভাক সলাগ লৈছে হেলেম তথা বুৰৈ বাসী ৰাইজে।
Tags:
Sports