ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত গালী মেছাকী গাঁৱৰ নিবাসী মুক্তি নাথ পেগুৱে
দেখুওৱালে এক স্বাৱলম্বিতাৰ নিদৰ্শন ।
মিছিং মিমাগ কেবাঙ অৰ্থাৎ মিছিং সংগ্ৰাম সমিতিৰ জোনাই জিলা সমিতিৰ সভাপতি মুক্তি
নাথ পেগুৱে সংগঠনত বহু ব্যস্ততাৰ মাজতো সময় উলিয়াই Bio Folk পদ্ধতিৰে মহ্য পালন,
গাহৰি পালন আৰু বিভিন্ন খেতি কৰি উৰ্পাজনৰ পথ বাছি দেখুওৱাবলৈ সক্ষম হৈছে ।
Tags:
Education Motivational