Share on Facebook

এক দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেৰে লাইকাৰ ১৬০ পৰিয়ালে তিনিচুকীয়াৰ নামফাইৰ তাপুত স্থায়ী বসতি পাবলৈ সক্ষম হ’ল ৷

 এক দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেৰে লাইকাৰ ১৬০ পৰিয়ালে তিনিচুকীয়াৰ নামফাইৰ তাপুত

 স্থায়ী বসতি পাবলৈ সক্ষম হ’ল ৷


 উল্লেখযোগ্য যে ১৯৯৯ চনতে চৰকাৰে  ডিব্ৰু -  ছৈখোৱাক  ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাপে

 ঘোষণা কৰাৰ পিছৰে পৰা কাষৰীয়া লাইকা - দধিয়াৰ বনগাঁও বাসীক অন্য ঠাইত  পুনৰ

 সংস্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল  ৷ সেইমতে বহু আবেদন - নিবেদন আৰু আন্দোলনৰ

 ফলত  তিনিচুকীয়া আৰু লক্ষ্মীমপুৰ জিলাত পুনৰ সংস্থাপনৰ আশ্বাস দিছিল ৷ তাৰে লাইকা

 বনগাঁওৰ ১৬০  টা পৰিয়ালে  জাগুনৰ টিংকুপানীত ১১ মাহে  ট্ৰিপালৰ চালিৰ তলত এক 

 দুৰ্বিষহ জীৱন অতিবাহিত কৰি আছিল ৷

    


      সুখবৰটো আছিল লাইকাৰ ১৬০ টা পৰিয়ালক চৰকাৰে   তিনিচুকীয়াৰ নামফাইৰ  টাপু

 বনাঞ্চলত  সংস্থাপনৰ ব্যৱস্থা কৰিছিল ৷ যদিও স্থানীয় অৰুনোদয় সোণোৱাল গাৱঁৰ

 সোণোৱাল আৰু আহোম  ৰাইজৰ বাদা ও  প্ৰতিবাদত  বুধবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি

 হৈছিল  ৷ ফলত দুৰ্ভগীয়া লাইকাৰ ১৬০ পৰিয়ালে পুনৰ অস্থায়ী শিবিৰলৈ উভতি

 আহিবলগীয়া হয় ৷ যদিও বৃহস্পতি বাৰে   'নামফাই টাপু' নামৰ ঠাইতে লাইকা ১৬০টা

 পৰিয়ালক পুনৰ  সংস্থাপন কৰিছে  জিলা প্ৰশাসনে। এতিয়াৰে  পৰা লাইকাবাসীৰ স্থায়ী

 ঠিকনা হ'ল । নামফাই তাপু ৷ এই সুযোগতে  লাইকাবাসী ৰাইজে তিনিচুকীয়া জিলা প্ৰশাসন

 আৰু অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে ৷



MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post