গোগামুখস্থিত মিচিং আগম কেবাঙৰ পতিন কুমচুঙত
গোগামুখ মিচিং আগম কেবাঙৰ উদ্যোগত ছয়মহীয়া
মিচিং ভাষাৰ পাঠদান অনুষ্ঠানৰ শুভ আৰম্ভণি ।
অহা ইংৰাজী ২৩/১১/ ২০২১তাৰিখ মঙ্গলবাৰৰ দিনৰ
দুইবজাৰ পৰা ছয়মহীয়া মিচিং ভাষাৰ পাঠ দান কাৰ্যসুচী
অনুষ্ঠিত হ'ব।এই অনুষ্ঠানৰ দুৱাৰ মুকলি কৰে মিচিং
আগম কেবাঙৰ কেন্দ্ৰীয় উপ সভাপতি কালিনাথ
পাংগিঙে।বৰ্তমানৰ নৱ প্ৰজন্ম সকলক মিচিং ভাষা
শুদ্ধকৈ লিখোঁৱা ,পঢ়োৱা, মিচিং ভাষা সংস্কৃতিৰ বিষয়ে
সম্যক ধাৰণা দিয়াই সিহঁতৰ মূল উদ্দেশ্য বুলি সভাপতি/
সম্পাদকে জনোৱাৰ লগতে প্ৰশিক্ষণৰ অন্ততঃ প্ৰশিক্ষাৰ্থী সকলে মান পত্ৰ লাভ কৰিব।