মাজুলী- নিমাতি দলংৰ নিৰ্মানৰ কাম ২৯ নবেম্বৰৰ পৰা আৰম্ভ হব।
দক্ষিনপাটৰ নিৰ্মাণ স্থলি পৰিদৰ্শন কৰিবলৈ মাজুলীত উপস্থিত বিত্ত মন্ত্রী অজন্তা নেওগ,
মাজুলীৰ অভিভাবক মন্ত্রী বিমল বড়া আৰু সাংসদ প্ৰদান বৰুৱা উপস্থিত থাকে ৷
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব ২৯ নবেম্বৰৰ সেই কাৰ্যসূচীত।
২৯ নবেম্বৰত মাজুলী দক্ষিণপাটত প্ৰথমটো খুটাত শিল, বালি, ৰড পৰিব।
ইফালে বিত্ত মন্ত্রী অজন্তা নেওগে নিৰ্ধাৰিত সময় সিমাৰ আগতে মাজুলী যোৰহাট সংযোগি
দলংৰ নিৰ্মাণ কাম সম্পূৰ্ণ কৰিব বুলি কয় ভূমি অধিগ্রহণ আৰু লগতে আনুসংগিক কামৰ
বাবে নিৰ্ধাৰিত পূজি ইতিমধ্যে জিলা উপায়ুক্ত লৈ মুকলি কৰি দিয়া বুলি জনাই।
Tags:
Assam news