দ্বীপ জিলা মাজুলী লুইত পৰীয়া হাইস্কুল খেল পথাৰত আজি টাকাম মিচিং পৰিণ কৌৱাং
মিছিং মিমাগ কৌবাঙ টাকাম মিছিং মিমৗ কৌবাঙচমুকৈ টি.এম.পি.কে এম এম কে টি
এম এম কে মাজুলী জিলা সমতিয়ে জিলা অধিৱেশন ২০২১ ৰ লাইখুটা স্থাপন কৰে।
লুইতপৰীয়া হাইস্কুল খেলপথাৰত অনুষ্টিত লাইখুটা স্থাপনৰ কাৰ্যসূচী মিচিং পৰম্পৰা নিয়ম অনুসৰি স্থাপন কৰে।
লাইখুটা স্থাপন অনুষ্ঠানত মিচিং বিহু কে ধৰি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠান ৰূপায়িত কৰে।
লাইখুটা স্থাপন অনুষ্ঠানত টি.এম.পি.কে কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া সকলৰ লগতে
মাজুলীৰ মিচিং লোক সকলে অংশ গ্ৰহণ কৰে।
Tags:
Art & culture