মিচিং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন নিচেই কাষ চাপি অহাৰ লগে লগে অসম
প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত ,নাওবৈচা বিধান সভা সমষ্টিৰ কংগ্ৰেছ বিধায়ক ভৰত
চন্দ্ৰ নৰহৰ সভাপতিত্বত তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা,ৰাজ্য
সভাৰ সাংসদ ৰাণী নৰহ, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক পদ্মলোচন দলে,
গোলাঘাট জিলা কংগ্ৰেছ কমিটিৰ সভাপতি দাদু টায়ে , উপস্থিত থকাৰ লগতে মিচিং স্বায়ত্ব
শাসিত পৰিসদৰ অন্তৰ্গত সমূহ মিচিং কংগ্ৰেছী সদস্য সকল উপস্থিত থাকে।
Tags:
politics