ৰাজ্যজোৰি বন্যাঢ্য কাৰ্যসূচীৰে ৰজা ঘৰে-প্ৰজা ঘৰে স্মৰন কৰিলে বীৰ লাচিতক |
ইয়াৰ মাজতেই ব্যতিক্ৰমী ৰূপত গহপুৰত স্মৰন কৰা দেখা গল বীৰ জনাক |
ই দৃশ্য গহপুৰৰ ঘিমৰুজান প্ৰাথমিক বিদ্যালয়ৰ |
পুৱাতে বীৰ জনাক স্মৰনৰ নামত শাসকীয় বিজেপি কৰ্মী সকলে দলীয় পতাকাকে উৰুৱাই আজৱ কাণ্ড সংঘটিত কৰিলে |
অসীয়া জাতীৰ সূৰ্য বীৰ্যৰ প্ৰতিক লাচিতক শাসকীয় বিজেপিৰ নেতা কৰ্মীৰ এনে অপমানসূচক
কৰ্ম কাণ্ডই সচেতন মহলৰ চকু কপালত তুলিছে | বীৰ লাচিতক গেৰুৱা কৰন কৰা হৈছেনিকি বুলিও প্ৰশ্ন উত্থাপন হৈছে |
Tags:
Assam news