হেলেমৰ বুৰৈ নৈত উদ্ধাৰ পুৰণিকলীয়া ভেদফৰ্ড বাছ। বালি খননত উদ্ধাৰ হয় গাড়ী খন।
হেলেমৰ বুৰৈ নৈত আনুমানিক ৬০, ৭০ বছৰীয়া পুৰণি ভেদফৰ্ড বাছ গাড়ী উদ্ধাৰ। কৰ পৰা কেনেকৈ বালিত পুত গৈ আছিল সঠিক ভাৱে কোনোৱে কব পৰা নাই যদিও ৬০, ৭০ বছৰ পূৰ্বে কাঠৰ দলঙত আহ যাহ কৰোতে ডুব যোৱা গাড়ী বুলি অনুমান কৰিছে বয়োজেষ্ঠ সকলে। আন কোনোবাৰ মতে গাড়ী খন নাৰায়ণপুৰৰ জনৈক হাজৰিকাৰ আছিল বুলিও চৰ্চা চলিছে।
Tags:
Assam news