মাজুলী কমলাবাৰী আঞ্চলিক যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত চাফাই অভিযান।
মাজুলী কমলাবাৰী চাৰিআলিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কমলাবাৰী আঞ্চলিক সমিতি উদ্যোগত চাফাই অভিযান চলাই।
সুন্দৰ কমলাবাৰী গঢ় দিয়া সংকল্পৰে এই অভিযান চলাই।
Tags:
Awareness
Our website uses cookies to improve your experience. Learn more
Ok