গোগামুখ প্ৰাক্তন সেনা জোৱান এচছিয়েছনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
৮ ডিচেম্বৰত হেলিকপ্তাৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ হোৱা ভাৰতীয় বীৰ CDS বিপিন ৰাৱটক আজি দিল্লীত সামাজিক সামৰিক মৰ্যাদাৰে শেষ বিদায় জনোৱাৰ পিছতে আজি সন্ধিয়া ৬ বজাত গোগামুখ প্ৰাক্তন সেনা জোৱান এচছিয়েছনৰ উদ্যোগতো গোগামুখ নগৰ চাৰি আলিৰ ট্ৰেফিক পইন্টত মমবাতি,ধূপচাকি জ্বলাই লগতে পুষ্প অৰ্পণ কৰি SDC বিপিন ৰাৱটৰ প্ৰতিচ্ছবিত শেষ বাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেৰ গৰাকী বীৰ সৈনিক সকলৰ আত্মাৰ সদগতিৰ বাবেও গভীৰ মৌন প্ৰাৰ্থনা জনাই।
Tags:
National News