ডিব্ৰগড়ত আছু কৰ্মীক নিগ্ৰহৰ ঘটনাত লখিমপুৰ তো আছুৰ প্ৰতিবাদ।
লখিমপুৰ নগৰৰ মাজেৰে প্ৰতিবাদী সমদল কৰি জিলা ছাত্র সন্হাৰ কেইবা শ সদস্য ই বিক্ষোভ প্রদর্শন কৰে।
দাহ কৰে ডিব্ৰুগড় ৰ আৰক্ষী অধীক্ষক আৰু মন্ত্রী অতুল বৰাৰ পৌত্তলিক।
আছুৰ গণতান্ত্রিক আন্দোলন কাৰীক ৰাজনৈতিক পক্ষ পাতিত্ব কৰি অত্যাচাৰ কৰি আৰক্ষীয়ে খাকী পোচাকত দাগ লগোৱা বুলি ধিক্কাৰ দি ইয়াৰ উচিত প্ৰতুত্তৰ দিয়া হব বুলি সকীয়াই দিয়ে প্ৰতিবাদী সকলে।
আছুৰ প্ৰাক্তন সভাপতি অতুল বৰাৰ নিৰ্দেশ ত আৰক্ষীয়ে আছুৰ গাত হাত দিয়া কাৰ্য্য কোনোপধ্যে মানি লোৱা নহব বুলি হুংকাৰ দি মূখ্য মন্ত্রীক এই ক্ষেত্ৰত ব্যবস্থা লোৱাৰ দাবী জনায়।
Tags:
Lakhimpur news