অভয়াপুৰীত ড্ৰাগছ জব্দ।
অভয়াপুৰী থানাৰ সন্মুখত চলি থকা নিয়মীয়া তালাচীত আৰক্ষীয়ে AS 19C 6967 নম্বৰ টেম্পত আহি থকা অৱস্থাত ড্ৰাগছ ভৰ্ত্তি ৫ টা কন্টেইনাৰ , ৪ টা চিৰিঞ্জ আৰু এটা মোবাইল ফোন সহ এজন যুৱকক গ্ৰেপ্তাৰ কৰে। আটকাধীন যুৱকজন ডুমুৰীয়াৰ ইনামূল হক । যুৱকজনে দিয়া তথ্যৰ ওপৰত ভিত্তি কৰি ড্ৰাগছ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।
Tags:
CRIME & CRIMINAL