অসম বাৰ্তাজীৱি সংঘৰ ৪৫ তম লিডু অধিৱেশনত পতাকা উত্তোলনেৰে শুভ আৰম্ভ।
অসম বাৰ্তাজীৱি সংঘৰ ৪৫ তম লিডু অধিৱেশনৰ প্ৰতিনিধি সভা এটি সমবেত সংগীতেৰে উদ্বোধন কৰা হয়। ২১, ২২ ,২৩ আৰু ২৪ জানুৱাৰীত চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা প্ৰথম দিনাৰ কাৰ্যসূচী প্ৰতিনিধি সভাত ৪৫ গৰাকী মহিলা যুৱতীৰ অংশগ্ৰহণেৰে প্ৰতিনিধি সভাৰ শুভ আৰম্ভ কৰে।
২১ ২২ আৰু ২৩ জানুৱাৰী তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা প্ৰথম দিনাৰ কাৰ্যসূচী প্ৰতিনিধি সভা অনুষ্ঠিত হয়। ২২ তাৰিখে পুৱা ৪৫ টা পতাকা উত্তোলন কৰি সভাৰ শুভ আৰম্ভ কৰে। পতাকা উত্তোলনৰ কিছু দৃশ্যাংশ।
Tags:
Assam news