লখিমপুৰত আটাচুৰ উপদেষ্টা তথা প্ৰাক্তন সভাপতি তথা সাধাৰণ সম্পাদক হিটলাৰ দিহিঙীয়াৰ আত্মহনন।
আটাচুৰ লখিমপুৰ জিলা কাৰ্য্যালয় চৌহদত এই আত্মহননৰ ঘটনাক সংঘটিত হৈছে ।
মৃতদেহৰ কাষত উদ্ধাৰ হৈছে এটা suicided note।
এতিয়ালৈকে জানিব পৰা হোৱা নাই আত্মহত্যাৰ প্রকৃত কাৰণ।
হিটলাৰ দিহিঙীয়াৰ ঘৰ হৈছে ঢকুৱাখনাত।
আহোম জনগোষ্ঠীৰ সক্ৰিয় কৰ্মী , আটাছুৰ উপদেষ্টা,আটাছুৰ প্ৰাক্তন সা:সম্পাদক,প্ৰাক্তন সভাপতি,উন্নয়ন পৰিষদৰ সদস্য , হিটলাৰ দিহিঙীয়াৰ আত্মহনন মৃতদেহৰ কাষত উদ্ধাৰ হৈছে suicided note.চুইচাইড নোটত নাম উল্লেখ আছে ক্ৰমে মৃদুল কোঁৱৰ,গুণ ফুকন অচ্যুত ফুকনৰ নামৰ লগতে নিজ ভাতৃৰ অত্যাচাৰৰ কথাও লিখা আছে চুইচাইড নোটত।
হিটলাৰ দিহিঙীয়াৰ আত্মহত্যাই ৰহস্যৰ সৃষ্টি কৰিছে লখিমপুৰত।
মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি তদন্ত আৰম্ভ কৰিছে লখিমপুৰ আৰক্ষীয়ে।
Tags:
Assam news