ষড়যন্ত্ৰৰ বলি হলো অসম এৰি যোৱাৰ কথা কলে পদ্মশ্ৰী উদ্ধৱ ভৰালীয়ে।
সদায়ে হাঁহি মুখৰ পদ্মশ্ৰী উদ্ধৱ ভৰালীৰ অশ্ৰসিক্ত নয়নেৰে কলে ।
সামাজিক ভাবে মোক মৃত্যু ঘটাই হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছে ।
মই হেৰাই যাম বুলি ভাবিছিলো যদিও মই এতিয়া যুঁজিম' জয়ী হৈ অসম এৰি গুছি যাম।
মই বহু তলৰ পৰা আহিৰ আজি এই স্হান পাইছো ।
মই আৰু বহু কৰিবলৈ বাকি আছে ভাৰতবাসীৰ বাবে
আজি সংবাদ মাধ্যমৰ আগত পদ্মশ্ৰী উদ্ধৱ ভৰালীয়ে অসম বাসীক দুখৰ খবৰ দিয়াক লৈ দুখ প্ৰকাশ কৰিছে লখিমপুৰ বাসী ৰাইজে।