গেপ্তাৰ কৰা হল SI জোণমনি ৰাভাক
অৱশেষত গ্ৰেপ্তাৰ হল বহু বিতকিত জোণমনি ৰাভা ।
যোৱা বৃহস্পতি বাৰৰ পৰা SI জোণমনি ৰাভাক জেৰা কৰিছিল মাজুলী আৰক্ষীয়ে আৰু অৱশেষত আজি গ্ৰেপ্তাৰ কৰা হয় জোণমনি ৰাভাক । ভাবি স্বামী ৰাণা পগাগৰ লগত পবঞ্চনাৰ নাম সাঙুৰ খাইছিল SI জোণমনি ৰাভাৰ । যাৰ বাবে তিনিটা দিন ধৰি জোণমনি ৰাভাক জেৰা চলাইছিল মাজুলী আৰক্ষীয়ে । টকাৰ লেনদেনে আদি কৰি বিভিন্ন প্ৰমাণ পোৱাত আজি গ্ৰেপ্তাৰ কৰে SI জোণমনি ৰাভাক।
Tags:
CRIME & CRIMINAL