মাজুলীত উপস্থিত জোনমণি ৰাভা।
আজি পুৱাই মাতৃ সৈতে গড়মূৰ থানা ত উপস্থিত জোনমণি ৰাভা।
গড়মূৰ থানা সোধা পোচাৰ বাবে তলব কৰিছিল জোন মণি ৰাভাক
অজিত বৰা , ৰাম অৱতাৰ শৰ্মা আৰু ৰঞ্জন কুটুমে দিয়া গোচৰ সমূহত নাম সাঙোৰ খাই আছিল SI ৰাভা নাম।
মাজুলীত কৰ্মৰত হৈ থকা অৱস্থা ৰাভাই ৰানা পগাগ সৈতে মিলি প্ৰবাঞ্ছনা অভিযোগ তুলিছিল ভুক্তভোগীয়ে।
ভুক্তভোগী অজিত বৰাই দিয়া এজাহাৰৰ ১নং পাদকীয়া আছিল SI জোনমণি ৰাভা ।
মাজুলীত ৰুজু হোৱা তিনিটা গোচৰৰ সংক্রান্ত গড়মূৰ আৰক্ষীয়ে তলব কৰিছে জোনমণি ৰাভাক।
গৰমূৰ আৰক্ষীৰ তদন্ত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা।
ৰানা পগাগক ১৪ ন্যায়িক জিম্মাত দিয়া হৈছিল যদিও যোৱা কালি মাজুলী জিলা কাৰগাৰৰ পৰা নগাঁও আৰক্ষী লৈ যায়।
Tags:
Corruption