Share on Facebook

কোকৰাঝাৰ জিলাৰ নাৰাবাৰীত ব্যৱসায়ী গুলিবৰ্ষণৰ ঘটনাত মুঠ ৬জনক আটক:কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ সংবাদমেল।

 কোকৰাঝাৰ জিলাৰ নাৰাবাৰীত ব্যৱসায়ী গুলিবৰ্ষণৰ ঘটনাত মুঠ ৬জনক আটক:কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ সংবাদমেল।



নামনি অসম তথা বিটিএডি এলেকাৰ কোকৰাঝাৰ জিলা চেৰফাংগুৰি থানাৰ অন্তৰ্গত নাৰাবাৰীত ব্যৱসায়ী সুনীল মণ্ডলক গুলিয়াই আহত কৰা সন্দৰ্ভত আজি কোকৰাঝাৰ আৰক্ষীয়ে অভিযান চলাই মুঠ ৬জন লোকক সোধপোচৰ বাবে আটক কৰিছে।আৰু এই সন্দৰ্ভত আৰক্ষী বাহিনীয়ে ইতিমধ্যে 120(B),121,121(A),122,326,307,387 I.P.C.-24,24(A),27 sub section,22Arms Act নং এক গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰু অভিযান অব্যাহত ৰাখিছে।ইফালে আটকাধিন লোকসকলৰ পৰা বহুতো তথ্য লাভ কৰা বুলি আৰক্ষী অধীক্ষকে প্ৰকাশ কৰিছে। তেওঁ আৰু জানিব দিয়া মতে কোনো বিদ্ৰোহী সংগঠনৰ নাম নোলোৱাকৈ নতুনকৈ কোনো যুৱক -যুৱতী বিদ্ৰোহী সংগঠনত যোগদান কৰা নাই যদিও উগ্ৰপন্থী সংগঠনটোৰ কোনো লিংকমেন মতে বিভিন্ন কূটাঘাত মূলক কামকাজ চলাই আছে আৰু অচিৰেই ধৰা পৰিব বুলি প্ৰকাশ কৰে।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post