আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানিক গছ পুলি ৰোপন কাৰ্যসূচী বিজনী পৌৰসভাৰ
ভাৰত বৰ্ষৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে দেশত পালিত আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আজি চিৰাং জিলাৰ বিজনী পৌৰসভাৰ উদ্যোগত বিজনী শংকৰদেৱ শিশু উদ্যানত ভিন্ন গছ পুলি ৰোপণ কৰে বিজনী পৌৰসভা কাৰ্যালয়ত বিষয়া কৰ্মচাৰী সকলে । উক্ত কাৰ্যসূচীত বিজনী পৌৰসভাৰ সভাপতি গুণেশ্বৰ গয়াৰীৰ ,বিজনী মহকুমাৰ উপ পঞ্জীয়ন বিষয়া বুবুলৰ বৈশ্য উপস্থিত থাকে । ইফালে বিজনী পৌৰসভাৰ সভাপতি গুণেশ্বৰ গয়াৰী সাংবাদিক ৰ আগত ব্যক্ত কৰে যে বিজনী পৌৰসভাৰ অন্তৰ্গত জিমান বোৰ গছ গছনি সংৰক্ষণ কৰি থকা বুলি মন্তব্য কৰে । সেহতিয়া কৈ দেখা গৈছে যে বিজনী পৌৰসভাৰ কাৰ্যালয়ত সন্মুখত বেনাৰ অলমী থকা পৰিলক্ষিত হৈছে । একে দৰে বিজনী পৌৰসভাৰ অন্তৰ্গত ভিন্ন গছ গছনি অলমী আছে বেনাৰ ।
Tags:
Awareness