বঙাইগাঁৱৰ দক্ষিণ অভয়াপুৰী সমষ্টিৰ গোবিন্দপুৰত বান - খহনীয়া পৰিদৰ্শন মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাৰ ৷
মালেগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ বিষয়াবৰ্গৰে মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক ৷
বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে জিলাখন বান সাহাৰ্য্য আৰু খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি ৷
বিনিত বাগৰিয়াৰ আত্মহত্যাৰ আৰত জৰিত বদিউল্লাহক অপৰাধী আখ্যা মুখ্যমন্ত্ৰীৰ ৷
বদিউল্লাহে অবৈধভাৱে সুদৰ ব্যৱসায় , গুণ্ডামী কৰি কৰিছে ৷
বদিউল্লাহৰ কাৰ্যকলাপ আৰক্ষীয়ে তদন্ত কৰি উলিয়াইছে ৷
আজি বদিউল্লাহৰ ঘৰত অভিযান আৰক্ষীৰ প্ৰথমটো 'ষ্টোলমেন্ট'৷
আৰক্ষীয়ে 'ষ্টোলমেন্ট ' হিচাপে ব্যৱস্থা লৈ যাব বদিউল্লাহৰ বিৰুদ্ধে ৷
বিৰোধী দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ অসম আগমনক আদৰণি ৷
গণতন্ত্ৰত সকলোৱে প্ৰচাৰ চলাব পাৰে ৷
Tags:
Assam news